DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁও জিলাৰ এজন শিক্ষক আৰু এজাক শিশুৰ ব্যতিক্ৰমভাৱে নৱবৰ্ষক আদৰাৰ চেষ্টা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2018 12:47 pm
387
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ এজন শিক্ষক আৰু এজাক শিশুৱে হাতত ঝাড়ু লৈ ব্যতিক্ৰমী প্ৰচেষ্টাৰে নৱবৰ্ষক আদৰিবলৈ সাজু হৈছে। সেউজ পৃথিৱী গঢ়াৰ লক্ষ্যৰে বছৰৰ শেষৰ দিনাও চলাইছে বৃক্ষ ৰোপণ কাৰ্যসূচী।

বঙাইগাঁও জিলাৰ টুলুঙীয়া ৪০০ নং নাচনগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বুদ্ধেশ্বৰ ৰায়ে ২০০১ চনৰ পৰাই সেউজ পৃথিৱী গঢ়াৰ চেষ্টা চলাই আহিছে।

সমান্তৰালভাৱে আজিও বছৰৰ অন্তিমটো দিনত শিক্ষক গৰাকীয়ে এজাক শিশুৰ সৈতে হাতে হাতে ঝাড়ু লৈ গাঁৱৰ বাট-পথ পৰিষ্কাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তামোলগছ পুলি ৰোপণ কাৰ্যসূচী।

গড়কাপ্তানি পথৰ দাঁতিত, বিভিন্ন স্কুল-কলেজ, ৰাজহুৱা স্থানত গছপুলি ৰোপণ কৰা শিক্ষকগৰাকীয়ে নৱবৰ্ষত ৫০০০ হাজাৰ গছ পুলি ৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে শিক্ষক গৰাকীয়ে বঙাইগাঁও জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ২৫০০ গছপুলি ৰোপণ কৰে।

প্ৰকৃতিপ্ৰেমী শিক্ষক গৰাকীয়ে লগতে গোলকীয় উষ্ণতা আৰু সুন্দৰ পৰিৱেশ গঢ়ি তোলাৰ স্বাৰ্থত সকলোকে বৃক্ষৰোপণ কৰিবলৈ আহ্বান জনায়।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd