• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৱশেষত চীনৰ য়ুহান প্ৰদেশত উপস্থিত হ’ল বিশ্ব স্বাস্থ্য সংস্থাৰ ১০ জনীয়া বিশেষজ্ঞৰ দল

এন ই নাও নিউজ এন ই নাও নিউজ
গুৱাহাটী , January 14, 2021 7:08 pm

1 min read

অৱশেষত চীনৰ য়ুহান প্ৰদেশত উপস্থিত হ’ল বিশ্ব স্বাস্থ্য সংস্থাৰ ১০ জনীয়া বিশেষজ্ঞৰ দল
1.5k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ উৎপত্তিস্থল সম্বন্ধে অনুসন্ধান কৰাৰ উদ্দেশ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ এটা গৱেষকৰ দল বৃহস্পতিবাৰে চীনৰ য়ুহান প্ৰদেশত উপস্থিত হৈছে।

আজি চীনৰ য়ুহান প্ৰদেশত বিশ্ব স্বাস্থ্য সংস্থাৰ ১০ জনীয় দলটো উপস্থিত হয়।

চীন চৰকাৰৰ তৰফৰ পৰা বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষকৰ দলটোক বাধ্যতামূলক ১৪ দিন কোৱাৰেণ্টাইনত ৰখা হ’ব।

১৪ দিনীয়া কোৱাৰেণ্টাইনৰ সমাপ্তিৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাৰ অনুসন্ধানকাৰী গৱেষকৰ দলটোৱে গৱেষণা প্ৰতিষ্ঠান, চিকিৎসালয় আৰু সাগৰীয় খাদ্যৰ বজাৰত বিভিন্ন লোকৰ পৰা প্ৰাথমিক ক’ৰ’নাৰ সংক্ৰমণ সম্পৰ্কে অনুসন্ধান কৰিব।

বিগত সপ্তাহত চীনে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুসন্ধানকাৰী দলটোক দেশখনত উপস্থিত হোৱাত বাধা আৰোপ কৰিছিল।

ভিছা সম্পৰ্কীয় বিষয়ৰ বাবেই চীনে বিশ্ব স্বাস্থ্য সংস্থাৰ ১০ জনীয়া দলটোক দেশখনত উপস্থিত হোৱাৰ ক্ষেত্ৰত বাধা দিছিল বুলি প্ৰকাশ কৰে।

চীনৰ এই কাৰ্য্যৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীয়ে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছিল।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd