• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চোৰাং চিকাৰীৰ ঘৰৰ পৰা উদ্ধাৰ নগদ ধন ৭০ হাজাৰ টকাসহ এটিএম, পাছবুক

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , August 30, 2018 7:49 pm

1 min read

Screenshot_20180830-190025-01
109
VIEWS
Share on FacebookShare on Twitter

চলিত  বৰ্ষত শিলডুবিত সংঘটিত হোৱা গঁড় হত্যাৰ মুল খলনায়ক মিৰ্জাদ আলী ওৰফে মিৰ্জাৰ ঘৰত যোৱা কালি বিশেষ সুত্ৰৰ পম খেদি কাজিৰঙাৰ ষষ্ঠ সংস্কৰণৰ অন্তৰ্গত নৰ্ডান ৰেঞ্জৰ বন বিষয়াসকলে এটা বিশেষ অভিযান চলাইছিল।

বন বিভাগৰ এই বিশেষ অভিযানটোৰ পূৰ্বানুমান কৰি চোৰাং চিকাৰীজনে ঘৰৰ পৰা পলাই যোৱাত তেওঁক কৰায়ত্ব কৰাত বন বিষয়াৰ অভিযানকাৰী দলটো সক্ষম নহ’ল।

এই বন বিভাগৰ এই অভিযানটোত চোৰাং চিকাৰীজনক কৰায়ত্ত কৰাটো সম্ভৱ নহ’ল যদিওঁ চোৰাং চিকাৰীজনৰ ঘৰৰ পৰা গঁড়ৰ খড়গ বিক্ৰী কৰি পোৱা নগদ ৭০ হাজাৰ টকা সহ এখন এটিএম কাৰ্ড,  এইচ্চডিএফচি বেংকৰ এখন পাছবুক আৰু এটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটো।

বন এই অভিযানত নগদ ধনসহ সামগ্ৰী সমুহ জব্দ কৰিবলৈ সক্ষম হৈছে বৰ্তমান পলাতক অৱস্থাত থকা ‘মাষ্টাৰ মাইণ্ড’ মিৰ্জাদ আলি অতি কৰায়ত্ত কৰিবলৈ ইতিমধ্যে বন বিভাগ তৎপৰ হৈ পৰিছে।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd