• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাছেৰে অসমত প্ৰৱেশ কৰা ১৩ গৰাকী ৰহিংগিয়াক আটক আৰক্ষীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 23, 2020 11:03 am

1 min read

বাছেৰে অসমত প্ৰৱেশ কৰা ১৩ গৰাকী ৰহিংগিয়াক আটক আৰক্ষীৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

8.9k
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে নিশা কৰিমগঞ্জ জিলাত পুনৰ ১৩ গৰাকীকৈ ৰহিংগিয়াক আটক কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে।

এই অবৈধ বিদেশী কেইজনে ত্ৰিপুৰাৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়তেই অসম আৰক্ষীৰ এটা দলে আটক কৰিবলৈ সক্ষম হয়।

সূত্ৰৰ পৰা জানিব পৰা অনুসৰি আটক হোৱা ৰহিংগিয়াৰ এই দলটোত মহিলাকে ধৰি শিশুও আছে। দলটোৱে প্ৰায় ৪,০০০ ভাৰতীয় আৰু বাংলাদেশী টকা লগত লৈ ঘূৰি ফুৰিছিল।

আৰক্ষীৰ তালাচীত বিদেশী নাগৰিক কেইজনৰ পৰা ভুৱা বাংলাদেশী আধাৰ কাৰ্য জব্দ হোৱা বুলিও জানিব পৰা গৈছে।

প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা অনুসৰি দালালৰ সহায়ত ৰহিংগিয়াৰ এই দলটোৱে বাংলাদেশৰ পৰা ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত প্ৰৱেশ কৰিছিল।

আৰু ইয়াৰ পিছত এই দলটোৱে এখন বাছৰ সহায়ত অসমলৈ অহা বুলি জানিব পৰা যায়।

উল্লেখ্য যে এইদৰে অবৈধভাৱে অসমত প্ৰৱেশ কৰা ৰহিংগিয়া বা বাংলাদেশী নাগৰিকৰ সময়ে সময়ে গ্ৰেপ্তাৰ হৈ থকা ঘটনাই সীমান্তৰ সুৰক্ষাৰ দিশটোৰ ফোপোলা স্বৰূপকেই উদঙাই দিছে।

ইফালে অবৈধ বাংলাদেশীয়ে জুৰুলা কৰা অসমত এইদৰে আন এখন দেশৰ অবৈধ নাগৰিকে বিপাঙত পেলোৱা পৰিলক্ষিত হৈছে আৰক্ষী প্ৰশাসনক।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd