• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশত আৱিস্কাৰ হ’ল এইবাৰ এটা শতাব্দী প্ৰাচীন সুৰংগ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2020 7:47 am
aa70b8cee6e487ce20c7e54751039b3c

ফটো সৌজন্য: উৰিষ্যা প'ষ্ট

844
VIEWS
Share on FacebookShare on Twitter

শতাব্দী প্ৰাচীন বুলি ধাৰণা কৰা এটা সুৰংগ এইবাৰ আৱিস্কাৰ হৈছে ভাৰতৰ এটা প্ৰান্তত।

জানিব পৰা মতে পশ্চিমবংগৰ পূব বৰ্দ্ধমান জিলাত এটা গৃহৰ ভেটি নিৰ্মাণৰ বাবে মাটি খন্দাৰ সময়তে সুৰংগটো আৱিস্কাৰ হয়।

দেওবাৰে সূত্ৰসমূহে এই বাতৰি প্ৰকাশ কৰিছে।

শনিবাৰে জিলাখনৰ মাহাতা গাঁৱৰ জিয়াৰুল মল্লিকৰ মাটিত গৃহ নিৰ্মাণৰ ভেটিৰ কাম কৰি থকাৰ সময়তে সুৰংগটোৰ সম্ভেদ লাভ কৰা হয়।

সুৰংগটো সাত ফুট বহল আৰু চাৰি ফুট ওখ সন্মুখভাগ উদ্ধাৰ হোৱা বুলি জিলা বিষয়াসকলে সদৰী কৰে।

তেওঁলোকে জানিব দিয়া মতে, দেওবাৰে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগৰ এটা দলে গাঁৱখন পৰিদৰ্শন কৰে।

এগৰাকী ইতিহাসবিদ সৰবজিৎ যশে সুৰংগটো ২৫০-৩০০ বছৰ পুৰণি বুলি ধাৰণা কৰিছে।

তেওঁ ইয়াৰ কিছু অংশ জৈন ভাস্কৰ্যৰ সৈতে সাদৃশ্য থকা বুলি কয়।

ইতিহাসবিদগৰাকীয়ে লগতে সুৰংগটো ব্ৰিটিছ শাসনৰ পূৰ্বৰ সময়ছোৱাৰ কোনো আভিজাত্যশীল পৰিয়ালৰ হ’ব পাৰে বুলিও ব্যক্ত কৰে।

এগৰাকী আৰক্ষী বিষয়াই কয় যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা সুৰংগটো চাবলৈ মাহাতা গাঁৱলৈ জনস্ৰোত বোৱালৈ চাই আৰক্ষীয়ে অঞ্চলটো সম্পূৰ্ণ সুৰক্ষিত কৰি বেৰি ৰাখিছে।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd