• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চুলি কটাৰ সৈতে মাছ ধৰা একেবাৰে ফ্ৰী; ভাইৰেল ভিডিঅ’ক লৈ সৰস চৰ্চা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 15, 2024 8:40 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুলি কটাৰ লগতে মাছ ধৰাৰ সুযোগ। এনে এক অনন্য চেলুনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈ আছে। আপোনালোকৰ বহুতেই হয়তো বহু চেলুন আৰু স্পালৈ গৈছে, কিন্তু চুলি কটাৰ লগতে মাছ ধৰাৰ ব্যৱস্থা থকা চেলুন কেতিয়াবা দেখিছেনে? হয়, তেনে এখন ৱাটাৰ চেলুনৰ ভিডিঅ’ই ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে।

এবাৰ চকু ফুৰালে এনে লাগিব তাত যেন বানপানী হৈছে। কিন্তু ভালদৰে চালে বুজিব যে সেয়া বানৰ পানী নহয়। বৰঞ্চ পানীৰে ভৰা চেলুন। এনে এখন অভিনৱ চেলুন দেখি সকলোৱে আচৰিত হৈছে।

লগতে পঢ়কঃ ‘মন্দিৰ উদ্বোধনী অনুষ্ঠানত অযোধ্যালৈ নাহে শ্ৰীৰাম’; স্বপ্নাদেশ পালে লালু-পুত্ৰই!

Apply Now

ভিডিঅ’টোত বহু লোকে চেলুনত চুলি কটা দেখা গৈছে। ক্লিপটো ভালদৰে চালে লক্ষ্য কৰিব যে গানৰ সুৰত হেয়াৰ ষ্টাইলিষ্ট কেইজনমানে আনন্দৰে নাচিছে। ইয়াৰ বিশেষত্ব হ’ল চেলুনখন সম্পূৰ্ণ পানীৰে ভৰি আছে। আশ্চৰ্যজনকভাৱে সকলোৱে পানীৰ ওপৰত থিয় হৈ আছে।

চেলুনখন এনেদৰে ডিজাইন কৰা হৈছে যাতে গ্ৰাহকে চুলি কটাবলৈ আহিলে তিতি নাযায়। কেৱল সেয়াই নহয়, এই পানীত বিচৰণ কৰি আছে ৰঙীন মাছ। এই ইণ্ডোনেছিয়ান চেলুনখন এতিয়া ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈ আছে।

View this post on Instagram

A post shared by RADEN THE BARBER LHOKSEUMAWE ✨ (@radenthebarber.lsm)

এই ভিডিঅ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে radenthebarber.lsm নামৰ একাউণ্টৰ পৰা। কেপচনত কোৱা হৈছে এই চেলুনখন ইণ্ডোনেছিয়াত অৱস্থিত। ভিডিঅ’টো চোৱাৰ পিছত মানুহে বিভিন্ন ধৰণে মন্তব্য কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভেটো ক্ষমতা নাথাকিলে স্থায়ী সদস্যপদ অৰ্থহীন! ৰাষ্ট্ৰসংঘৰ মজিয়াত ক্ষমতা বিকেন্দ্ৰীকৰণৰ দাবী ভাৰতৰ

ভেটো ক্ষমতা নাথাকিলে স্থায়ী সদস্যপদ অৰ্থহীন! ৰাষ্ট্ৰসংঘৰ মজিয়াত ক্ষমতা বিকেন্দ্ৰীকৰণৰ দাবী ভাৰতৰ

October 27, 2026 1:16 pm
অসুস্থতাৰ নাটক, দুৱাৰ খোলাৰ লগে লগে আক্ৰমণ! তামিলনাডুৰ কাৰাগাৰৰ পৰা পলাল ১৭ জন কয়দী

অসুস্থতাৰ নাটক, দুৱাৰ খোলাৰ লগে লগে আক্ৰমণ! তামিলনাডুৰ কাৰাগাৰৰ পৰা পলাল ১৭ জন কয়দী

October 27, 2026 12:43 pm
কেবিনতে জেনেৰেটিভ এআই, আছে আধুনিক সুৰক্ষা ফিচাৰ; ভাৰতীয় বজাৰত মুকলি হ’ল নতুন Hyundai Bayon

কেবিনতে জেনেৰেটিভ এআই, আছে আধুনিক সুৰক্ষা ফিচাৰ; ভাৰতীয় বজাৰত মুকলি হ’ল নতুন Hyundai Bayon

October 27, 2026 12:04 pm
২৫ বছৰৰ মূৰত ইংৰাজ খেলুৱৈৰ দখলত বেলন ডি’অৰ! এম্বাপে-য়ামালক চেৰ পেলাই বিশ্বশ্ৰেষ্ঠ ফুটবলৰ মুকুট পিন্ধিলে হেৰী কেনে

২৫ বছৰৰ মূৰত ইংৰাজ খেলুৱৈৰ দখলত বেলন ডি’অৰ! এম্বাপে-য়ামালক চেৰ পেলাই বিশ্বশ্ৰেষ্ঠ ফুটবলৰ মুকুট পিন্ধিলে হেৰী কেনে

October 27, 2026 10:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভেটো ক্ষমতা নাথাকিলে স্থায়ী সদস্যপদ অৰ্থহীন! ৰাষ্ট্ৰসংঘৰ মজিয়াত ক্ষমতা বিকেন্দ্ৰীকৰণৰ দাবী ভাৰতৰ

ভেটো ক্ষমতা নাথাকিলে স্থায়ী সদস্যপদ অৰ্থহীন! ৰাষ্ট্ৰসংঘৰ মজিয়াত ক্ষমতা বিকেন্দ্ৰীকৰণৰ দাবী ভাৰতৰ

October 27, 2026 1:16 pm
অসুস্থতাৰ নাটক, দুৱাৰ খোলাৰ লগে লগে আক্ৰমণ! তামিলনাডুৰ কাৰাগাৰৰ পৰা পলাল ১৭ জন কয়দী

অসুস্থতাৰ নাটক, দুৱাৰ খোলাৰ লগে লগে আক্ৰমণ! তামিলনাডুৰ কাৰাগাৰৰ পৰা পলাল ১৭ জন কয়দী

October 27, 2026 12:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd