• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দ্বীপত পৰিণত এখন গাঁও : বছৰটোৰ ছমাহে পানীত আৱদ্ধ বৰোমাৰু গাঁৱত হাহাকাৰ

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , August 6, 2019 7:31 am

2 min read

IMG_20190731_131732

ফটো : নৰ্থইষ্ট নাও

711
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ জলেশ্বৰ বিধান সভা সমষ্টিৰ এখন গাঁও। সম্প্ৰতি গাঁৱখন এটা দ্বীপত পৰিণত হৈছে ৷

গাঁৱখনলৈ অহাযোৱা কৰাৰ বাবে নাই কোনো পথ। নাও অথবা ভুৰৰ বাহিৰে তালৈ যোৱাৰ বাবে নাই কোনো বিকল্প পথ।

দুই এদিনৰ কথা নহয়, বিগত ৪০/৫০ বছৰ ধৰি এই অৱস্থাৰে বছৰটোৰ ছমাহে পানীৰ তলত থকা এই গাঁৱখনৰ নাম বৰোমাৰু।

যি সময়ত চৰকাৰে পৰিবৰ্তনৰ কথা কৈছে সেই সময়ত পৰিবৰ্তনৰ বতাহে স্পৰ্শ কৰিব পৰা নাই বৰোমাৰু গাঁৱখনক।

গাঁৱখনত চাইকেল,বাইক আদি একোয়ে নাই ৷ ছয়টা মাহৰ বাৱে এই গাঁৱলৈ অহাযোৱাৰ বাবে নাও অথবা কলগছৰ ভুৰেই হৈছে একমাত্ৰ বিকল্প বাহন ৷

IMG_20190731_131726
ফটো : নৰ্থইষ্ট নাও

গাঁৱখনৰ প্ৰতিটো ঘৰৰ সন্মুখত চাইকেল, বাইকৰ সলনি বান্ধি থোৱা আছে একোখনকৈ নাও ৷ যাৰ নাও নাই তেওঁলোকে কলৰ ভুৰকে বান্ধি থৈছে।

অঞ্চলটোত যেনেদৰে যাতায়াতৰ বাবে বাট-পথ নাই, তেনেদৰে আন কোনো বুনিয়াদী সুবিধাও নাই। স্বাস্থ্য, শিক্ষা, খোৱা পানীৰো নাই ব্যৱস্থা।

গাৱঁবাসীয়ে গাঁৱখনৰ এই অসুবিধাবোৰ আঁতৰ কৰিবলৈ চৰকাৰ আৰু জিলা প্ৰশাসনক বহু আবেদন জনাই আহিছে যদিও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

আনকি কাষতে থকা জলেশ্বৰ বিধান সভা সমষ্টিৰ বিধায়ক গৰাকীৰো কোনো কাণসাৰ নাই।

এনে এক পৰিস্থিতিৰ মাজত, বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকল এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

বৰোমাৰু গাৱঁবাসীয়ে সম্প্ৰতি বহুত দুখ-যাতনাৰ মাজৰে দিন অতিবাহিত কৰিছে। বছৰটোৰ ছমাহে পানীত আৱদ্ধ থকা এই গাঁৱখনৰ প্ৰতি চৰকাৰ-প্ৰশাসনৰ সুদৃষ্টি পৰিবনে ?

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd