• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিমলাবাৰীত কাঠৰ দলঙৰ উদ্বোধনত অঞ্চলবাসীৰ সন্তষ্টি প্ৰকাশ

NE NOW NEWS ইয়াছিন আলী
কোকিলা , September 25, 2018 8:01 pm

1 min read

IMG-20180925-WA0076
219
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ শিমলাবাৰীত আজি সাংসদ উন্নয়ন পুজিৰে আৱন্টন দিয়া দলঙৰ  উদ্বোধন কৰাত অঞ্চলবাসীয়ে সন্তষ্টি প্ৰকাশ কৰিছে। সাংসদ ছিৰাজ উদ্দিন আজমলে ২০১৮-১৯ বৰ্ষত আৱন্টন দিয়া ১২ লাখ ৫২ হাজাৰ টকাৰে নিৰ্মাণ কৰা কাঠৰ দলংখন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে এআইডিইউএফৰ কেন্দ্ৰীয় কমিটিৰ সদস্য আব্দুল মণ্ডলে।

প্ৰায় ৫০ বছৰ ধৰি বঙাইগাঁও-বৰপেটা সীমাৰ শিমলাবাৰীৰ এই ঠাইত কলগছৰ ভেল আৰু টুলুঙা নাও আদিৰে বৃহত্তৰ অঞ্চলবাসীৰ লগতে ছাত্ৰ ছাত্ৰীয়ে পাৰাপাৰ হৈ আহিছিল।

ঠাইখন বৰপেটা আৰু বঙাইগাঁও সীমাৰ লগতে জনিয়া আৰু উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজত হোৱাৰ বাবে কোনো জনপ্ৰতিনিধি বা প্ৰশাসনে গুৰুত্ব দিয়া নাছিল। সেয়ে নৱজ্যোতি কলেজ, বিবি আঞ্চলিক কলেজ, লাংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰঙাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে বহু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অশেষ যাতনা ভুগিবলগীয়া হৈছিল। ঠাইখনত কাঠৰ দলং নিৰ্মাণ হৈছে যদিও স্থানীয় ৰাইজে পকী দলং স্থাপনৰ দাবী জনাইছে।

দলংখন উদ্বোধন কৰাৰ পিছত ফকৰ উদ্দিনৰ পৌৰহিত্যত অনুষ্ঠিত সভাত আব্দুল লতিফ মণ্ডলে তেওঁৰ ভাষণত এখন পকী দলং নিৰ্মাণ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিব বুলি মন্তব্য কৰে। সভাত কেইবা শতাধিক লোক উপস্থিত থাকে।

Recent News

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

Coronavirus-Test-

অবিশ্বাস্য! বিগত ৫মাহত ৩১ বাৰ কৰ’না পজিটিভ এইগৰাকী মহিলা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd