• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইতিহাসত প্ৰথম, অভূতপূৰ্ব সিদ্ধান্ত বিবিচিৰ; আয়কৰ অভিযানৰ এবছৰ পিছতে ডাঙৰ পদক্ষেপ!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 7, 2024 1:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বছৰ দিল্লী আৰু মুম্বাইত থকা বিবিচিৰ কাৰ্যালয়ত ইনকাম টেক্সে কৰ বিসংগতিৰ অভিযোগত অভিযান চলাইছিল। ঠিক এবছৰৰ পাছত ভাৰতৰ বিবিচি নিউজ ৰুম বন্ধ হ’বলৈ ওলাইছে। প্ৰকাশনৰ অনুজ্ঞাপত্ৰ ভাৰতীয় কৰ্মচাৰীয়ে প্ৰতিষ্ঠা কৰা এটা ব্যক্তিগত লিমিটেড কোম্পানীলৈ হস্তান্তৰ কৰা হৈছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

আয়কৰ উলংঘাৰ অভিযোগৰ পৰিপ্ৰেক্ষিততে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অহা সপ্তাহৰ পৰা বিবিচিয়ে ইয়াৰ প্ৰাক্তন কৰ্মচাৰীৰে গঠিত ‘কালেক্টিভ নিউজ ৰুম’ নামৰ সংস্থা এটাৰ পৰা বাতৰি সম্প্ৰচাৰ আৰম্ভ কৰিব।

ভাৰতত বিবিচিৰ ভৱিষ্যতৰ কাম-কাজ ‘কলেকটিভ নিউজৰুম’ নামৰ এটা সংস্থাৰ জৰিয়তে হ’ব। বিবিচি কালেকটিভ নিউজৰুমে কোম্পানীটোৰ ২৬% অংশীদাৰিত্বৰ বাবে চৰকাৰক আবেদন জনাইছে। বিবিচিয়ে ইয়াৰ প্ৰতিক্ৰিয়াত কয় যে তেওঁলোকে ইয়াৰ ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰকাশনৰ অনুজ্ঞাপত্ৰ আন এটা সংস্থাক গতাই দিব আৰু সাংবাদিকতাৰ লগত কোনো ধৰণৰ আপোচ কৰা নহ’ব।

Apply Now

লগতে পঢ়কঃ এইবাৰ ডিপফেক ধৰা পেলোৱাটো সহজ হ’ব; কৃত্ৰিম বুদ্ধিমত্তাক লৈ মেটাৰ ডাঙৰ সিদ্ধান্ত

কালেকটিভ নিউজৰুমৰ মুৰব্বী ৰূপা ঝাই কয় যে “বিবিচিয়ে প্ৰথমবাৰৰ বাবে আন এটা সংস্থাক প্ৰকাশনৰ অনুজ্ঞাপত্ৰ দিছে আৰু বিবিচিয়ে সাংবাদিকতাৰ ক্ষেত্ৰত আপোচ নকৰে”। ৰূপা ঝা কালেকটিভ নিউজৰুমৰ চাৰিজন প্ৰতিষ্ঠাপক শ্বেয়াৰহোল্ডাৰৰ ভিতৰত অন্যতম আৰু তেওঁ বিবিচি ইণ্ডিয়াৰ জ্যেষ্ঠ বাতৰি সম্পাদক আছিল।

১৯৪০ চনৰ মে’ মাহৰ পৰা ভাৰতত বিবিচিয়ে সম্প্ৰচাৰ আৰম্ভ কৰে। যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত বিবিচিয়ে ২০০২ চনৰ গুজৰাট সংঘৰ্ষ সম্পৰ্কে এখন তথ্যচিত্ৰ প্ৰচাৰ কৰাৰ পিছতেই দিল্লী আৰু মুম্বাইত থকা বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিষয়াসকলে অভিযান চলাইছিল।

২০০২ চনৰ গুজৰাট সংঘৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভূমিকা সম্পৰ্কে দুখন তথ্যচিত্ৰ প্ৰচাৰ কৰাৰ পিছত ভাৰত চৰকাৰৰ সৈতে বিবিচিৰ সংঘাত আৰম্ভ হৈছিল। আয়কৰ বিভাগৰ তদন্তৰ সন্মুখীন হোৱাৰ এবছৰ নৌহওঁতেই ভাৰতত থকা নিউজ ৰুমটো ব্যক্তিগত লিমিটেড কোম্পানীলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে বিবিচিয়ে। বিবিচিয়ে প্ৰথমবাৰৰ বাবে এখন দেশত তেওঁলোকৰ অনুজ্ঞাপত্ৰ আন এটা কোম্পানীলৈ হস্তান্তৰ কৰিছে। এই অনুজ্ঞাপত্ৰ ভাৰতত বিবিচিৰ নিজস্ব কৰ্মচাৰীয়ে স্থাপন কৰা ব্যক্তিগত লিমিটেড কোম্পানীলৈ হস্তান্তৰ কৰা হৈছে।

লগতে পঢ়কঃ গ্ৰন্থৰ আদৰ! ৪০ বছৰ ধৰি লিখা ১০৪ পৃষ্ঠাৰ এখন কিতাপ; বিক্ৰী হ’ব প্ৰায় ৪০ লাখ ডলাৰত!

অহা সপ্তাহৰ পৰা বিবিচিৰ চাৰিজন প্ৰাক্তন কৰ্মচাৰীয়ে প্ৰতিষ্ঠা কৰা “কলেক্টিভ নিউজৰুম” নামৰ এটা ব্যক্তিগত লিমিটেড কোম্পানীয়ে হিন্দী, গুজৰাটী, মাৰাঠী, পাঞ্জাবী, তামিল, তেলেগুকে ধৰি সাতটা ভাষাত বিবিচিৰ ডিজিটেল সেৱাৰ বাবে কন্টেন্ট সৃষ্টিৰ দায়িত্ব ল’ব।

বিবিচিৰ ভাৰতৰ কাৰ্য্যকলাপৰ এই পুনৰ্গঠন ২০২০ চনত প্ৰৱৰ্তন কৰা নতুন প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফডিআই) নিয়মৰ অধীনত প্ৰয়োজনীয় আছিল যিয়ে ভাৰতৰ ডিজিটেল মিডিয়া খণ্ডত ২৬ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ সীমা আৰোপ কৰে। ইয়াৰ পূৰ্বে বিবিচি ইণ্ডিয়াৰ ৯৯ শতাংশতকৈ অধিক মালিকানা আছিল।

লগতে পঢ়কঃ ন্যায়াধীশসকললৈ মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ বাৰ্তা, ‘আনুগত্য সংবিধানৰ প্ৰতি হওক, কোনো দলৰ প্ৰতি নহয়’

দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কালেকটিভ নিউজৰুমৰ মুৰব্বী ৰূপা ঝাই কয় যে বিবিচিয়ে আন এজেন্সীক প্ৰকাশৰ অনুজ্ঞাপত্ৰ দিয়াটো অভূতপূৰ্ব…সাংবাদিকতাত কোনো ধৰণে আপোচ কৰা নহ’ব আৰু বিবিচি আমাৰ পক্ষতে আছে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd