• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লক্ষ্ণৌৰ হাস্পাতালৰ সৌজন্যত পৰিয়ালৰ সৈতে পুনৰ্মিলন হ’ল আংশিকভাৱে স্মৃতিশক্তি হেৰুওৱা অসমৰ যুৱকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2019 11:43 am
rafiq-after-being-discharged-at-kgmu_e1f0b5be-ac3a-11e9-a723-55bad35bb354

ৰফিক (সোঁফালৰ পৰা দ্বিতীয়জন) লক্ষ্ণৌৰ কে জি এম য়ুৰ পৰা ডিচাৰ্জৰ মুহূৰ্তত। ফটো: হিন্দুস্তান টাইমছৰ সৌজন্যত

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লক্ষ্ণৌৰ কিং জৰ্জ’ছ মেডিকেল য়ুনিভাৰ্ছিটিৰ (কে জি এম য়ু) কৰ্মচাৰীৰ বিগত কেইবাদিন ধৰি চলোৱা অনুসন্ধান তথা প্ৰচেষ্টাৰ পাছত  আংশিকভাৱে স্মৃতিশক্তি হেৰুওৱা অসমৰ এগৰাকী ৩০ বছৰীয়া যুৱকে দেওবাৰে নিজৰ পৰিয়ালৰে সৈতে মিলিত হোৱাৰ সুযোগ পায়।

যোৱা ১৮ জুলাইত অৰ্দ্ধ চেতন অৱস্থাত তেওঁক লক্ষ্ণৌৰ কিং জৰ্জ’ছ মেডিকেল য়ুনিভাৰ্ছিটিৰ (কে জি এম য়ু) ট্ৰ্যাউমা চেন্টাৰত ভৰ্তি কৰা হৈছিল। হিন্দুস্তান টাইমছে এই বাতৰি প্ৰকাশ কৰিছে।

Apply Now

‘’যুৱকজনক ট্ৰ্যাউমা চেন্টাৰলৈ ডুবাগ্গা অঞ্চলৰ পৰা কাকৰি আৰক্ষীয়ে লৈ আনিছিল। তেওঁ নিজকে অমৰ হকৰ পুত্ৰ ৰফিক বুলি কৈছিল যদিও তেওঁ দিয়া তথ্য সন্দৰ্ভত সম্পূৰ্ণ বিভ্ৰান্ত আছিল,’’- কে জি এম য়ুৰ নিউৰোছাৰ্জাৰী বিভাগৰ মুৰব্বী তথা মেডিকেল ছুপাৰিনটেন্ডেন্ট ড০ বি কে ওজাই কয়।

বাতৰি অনুসৰি, চিকিৎলা লাভ কৰাৰ এদিন পাছতে যুৱকজনে তেওঁ চোৰঘাটি পেট্ৰ’ল পাম্পৰ সমীপৰ কেম্পবেল পথত বাস কৰা বুলি জানিবলৈ দিছিল।

‘’আমি গুগল মেপত ঠাইটুকুৰা বিচাৰি চাইছিলো আৰু সেই অঞ্চলতে এটা পেট্ৰ’ল পাম্প দেখা পাইছিলো। মোৰ বিভাগৰ কেইজনমান কৰ্মচাৰীয়ে যোৱা ২০ জুলাইত অঞ্চলটোলৈ গৈ ৰাইজৰ সৈতে কথা পাতে যদিও কোনো শুংসূত্ৰ নাপালে,’’- ড০ ওজাই জানিবলৈ দিয়ে।

বাতৰিত উল্লেখ কৰা অনুসৰি, দলটোৱে সন্ধান অব্যাহত ৰাখি অঞ্চলটোৰ ওজৰে পাজৰে থকা মছজিদসমূহলৈ যায়। তেওঁলোকে ইমামসকলক ঘটনাটোৰ বিষয়ে বিবৰি কয়। ইমামসকলে যদিওৱা যুৱকজনৰ বিষয়ে একো নাজানে তথাপি তেওঁৰ আত্মীয়ক বিচাৰি উলিওৱাত সহায় কৰাৰ আশ্বাস দিয়ে।

দেওবাৰে কে জি এম য়ুৰ তিনিজন কৰ্মচাৰীয়ে যুৱকজনক লগত লৈ কেম্পবেল পথলৈ যায় আৰু তেওঁক তিনি পোৱা এজন লোক বিচাৰি পায়। দলটোৱে লোকজনৰ সহায়ত ৰফিকৰ ভনীজোৱায়েকক বিচাৰি উলিয়ায়।

‘’তেওঁৰ অৱস্থা উন্নত হোৱালৈ চাই ভনীজোৱায়েকে তেওঁৰ লৈ যাবলৈ সন্মত হৈছে। তেওঁৰ ডিচাৰ্জৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে,’’-ড০ ওজাই কয়।

বাতৰি মতে, যুৱকজনে লক্ষ্ণৌত তেওঁৰ ভনীয়েকৰ তালৈ আহিছিল। চিকিৎসকে সন্দেহ কৰা মতে ডুবাপ্পা অঞ্চলত যুৱকজনক মূৰত গধূৰ বস্তুৰে আঘাত কৰা হৈছিল আৰু আৰক্ষীয়ে পাই হাস্পাতালত ভৰ্তি কৰায়।

কে জি এম য়ুৰ প্ৰশাসনৰ ফালৰ পৰা তেওঁক বিনামূলীয়াকৈ ঔষধপাতি আৰু কাপোৰ প্ৰদান কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd