• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হতাশা আৰু নিচাযুক্ত দ্ৰৱ্য প্ৰতিৰোধ সজাগতাৰ অভিযান : ধুবুৰীৰ পৰা শদিয়ালৈ পদযাত্ৰা এক যুৱকৰ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , December 31, 2020 8:56 am

1 min read

Screenshot_20201231-014611_WhatsApp
122
VIEWS
Share on FacebookShare on Twitter

যুৱ প্ৰজন্মক হতাশা আৰু নিচাযুক্ত দ্ৰব্য প্ৰতিৰোধৰ সজাগতা সৃষ্টিৰ বাবে পাঠশালাৰ যুৱক খনিন ৰয়ৰ ৯০০ কিলোমিটাৰ পদযাত্ৰা।

ব্ৰেইন এণ্ড ফিগাৰ নামৰ সংস্থাটোৰ উদ্যোগত ধুবুৰীৰ পৰা শদিয়ালৈ ‘দীৰ্ঘতম পদযাত্ৰা- ৯০০ কিলোমিটাৰ’ শীৰ্ষক এক কাৰ্যসূচী গ্ৰহণ কৰিছে খনিন ৰয়ে।

ধুবুৰীৰ ছাগলীয়াৰ পৰা ৭ ডিচেম্বৰত এককভাৱে যাত্ৰা আৰম্ভ কৰা খনিন ৰয় মংগলবাবে ৰাতি শিৱসাগৰত উপস্থিত হয়। নিশাটো শিৱসাগৰত কটায় আজি পুৱা শিৱসাগৰৰ নপুখুৰী পাৰৰ পৰা ডিব্ৰুগড় অভিমুখে যাত্ৰা কৰে।

যুৱ প্ৰজন্মৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ মানুহ বিভিন্ন সময়ত হতাশাত ভোগে আৰু যাৰ বাবে আত্মহত্যাৰ দৰে ঘটনা সংঘটিত হয়। এনে ঘটনা ৰোধ কৰা আৰু মানুহক নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা মুক্ত কৰাৰ বাবে হতাশা আৰু নিচা যুক্ত দ্ৰব্য প্ৰতিৰোধী অভিযান চলোৱা বুলি মন্তব্য কৰে খনিন ৰয়ে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ব্ৰেইন এণ্ড ফিগাৰ নামৰ সংস্থাটোৱে হতাশা আৰু নিচাযুক্ত দ্ৰব্য প্ৰতিৰোধ আৰু সজাগতাৰ বাবে চাইক্লিং, সাঁতোৰ, যোগা আদিকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে।

Recent News

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd