• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰোগাক্ৰান্ত যুৱকৰ কৰুণ গাথা; বৃক্ক বিকল হৈ শয্যাগত যুৱকজনক লাগে আপোনাৰ সহায়

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
November 1, 2021 9:14 am
poor guys illness

ফটো: নৰ্থইষ্ট নাও।

1.2k
VIEWS
Share on FacebookShare on Twitter

এগৰাকী চৌব্বিশ বছৰীয়া যুৱকে যুঁজিছে মৃত্যুৰ স’তে। আপোনাৰ অকণমান সহায় পালে আৰোগ্য হব পাৰে যুৱকজন।

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ফহুৰাবাৰী গাঁওৰ বিলপাৰ চুপাৰ চৰেন ৰাভা আৰু ফলেনা ৰাভাৰ চৌব্বিশ বছৰীয়া পুত্ৰ  ৰঞ্জিত ৰাভা বিগত পাঁচ মাহ ধৰি ভুগি আছে বৃক্ক আৰু হাওঁফাওঁৰ ৰোগত। চকুৰেও নেদেখা হৈ আহিছে যুৱকজনে।

দিন হাজিৰা কৰা দৰিদ্ৰ পিতৃ মাতৃয়ে ঘৰৰ মাটি সম্পত্তি বিক্ৰী কৰি গুৱাহাটী চিকিৎস মহাবিদ্যালয় হাস্পাতাল আৰু জিএনআৰচি চিকিৎসা কৰিও যুৱকজনক সুস্থ কৰিব পৰা নাই।

কেইবাবাৰো বৃক্কৰ ডাইলাইছিছ কৰাও হৈছে। তথাপিও সুস্থ হোৱা নাই যুৱকজন। বিছনাখনেই এতিয়া সংগী ৰঞ্জিত ৰাভা নামৰ যুৱক যুৱকজনৰ।

পিতৃ মাতৃ আৰু আত্মীয় স্বজনে অসমৰ মুখ্যমন্ত্ৰী আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োৰ লগতে অসমৰ হৃদয়বান ৰাইজক যুৱকজনক আৰ্থিকভাৱে  সহায়  কৰি সুস্থ কৰি তুলিবলৈ কাতৰ অনুৰোধ জনাইছে।

কোনো সদাশয় ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াব বিচাৰিলে মোবাইল নম্বৰ 8876384972 ত যোগাযোগ কৰিবলৈ নাইবা ভাৰতীয় ষ্টেট বেংকৰ 38860789491 IFSC code- SBIN 0014255  নম্বৰত আৰ্থিক সাহায্য দিয়াৰ বাবে অনুৰোধ জনাইছে। 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd