• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এবছৰ পূৰ্বে ধৰ্ষণ কৰা অভিযুক্তৰ মাতৃক গুলীয়াই নিৰ্যাতিতা কিশোৰীৰ প্ৰতিশোধ!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 8, 2023 9:56 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

163
VIEWS
Share on FacebookShare on Twitter

এগৰাকী ১৬ বছৰীয়া কিশোৰীয়ে ধৰ্ষণকাৰীৰ মাতৃক লক্ষ্য কৰি গুলীওৱাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। ৫০ বছৰীয়া মহিলাগৰাকী কিশোৰীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে।

ঘটনাটো দিল্লীৰ ভজনপুৰা অঞ্চলত সংঘটিত হৈছে। গুলীবিদ্ধ মহিলাগৰাকীয়ে তাত এখন সৰু গেলামালৰ দোকান চলায়। অভিযোগ কৰা হৈছে যে শনিবাৰে সন্ধিয়া প্ৰায় ৫-৩০ বজাত দোকানখনৰ সন্মুখত হঠাতে গুলীচালনাৰ ঘটনা সংঘটিত হয়। তাৰ পিছত দেখা যায় যে দোকানখনৰ মহিলাগৰাকী গুলীত আঘাতপ্ৰাপ্ত হৈছে।

লগতে পঢ়ক: বিপিএফৰ প্ৰাক্তন বিধায়ককে ধৰি ৩ জন বড়ো নেতাক গ্ৰেপ্তাৰ; ছাত্ৰ সংগঠনৰ তীব্ৰ প্ৰতিক্ৰিয়া

খবৰ পোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। অভিযুক্ত ছোৱালীজনীক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক উদ্ধাৰ কৰি এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰায়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকী চিকিৎসাধীন হৈ আছে।

আৰক্ষীয়ে জানিব পাৰে যে ছোৱালীজনীৰ মহিলাগৰাকী আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে পুৰণি বিদ্বেষ আছিল। ২০২১ বৰ্ষত মহিলাগৰাকীৰ নাবালক পুত্ৰই ছোৱালীজনীক ধৰ্ষণ কৰিছিল। তেতিয়াৰ পৰাই ছোৱালীজনীয়ে মনত ক্ষোভ পুহি ৰাখিছিল। শনিবাৰে সেই ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটে আৰু এইদৰে গুলীচালনা কৰে।

লগতে পঢ়ক: ৰাষ্ট্ৰপতিৰ প্ৰস্ৰাৱ কৰা ভিডিঅ’ লোৱাৰ বাবে গ্ৰেপ্তাৰ ৬ সাংবাদিক

আৰক্ষীয়ে ছোৱালীজনীয়ে অভিযুক্তজনৰ মাতৃৰ ওপৰত কিয় গুলীচালনা কৰিলে, আন কাকো হত্যা কৰাৰ উদ্দেশ্য আছিল নেকি, ক’ৰ পৰা তেওঁ পিষ্টলটো সংগ্ৰহ কৰিছিল বা ঘটনাটোৰ আঁৰত আন কোনো আছে নেকি সেই সকলোবোৰ অনুসন্ধান কৰি আছে। 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd