• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘খঙাল’ হিমন্তক নিজৰ চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা কৰাব এআইয়ুডিএফ প্ৰধান আজমলে

‘ভাতৃ হিমন্ত, ৰাজনীতিত কেতিয়াও খঙাল নহ’বা, শান্ত হোৱা’ আজমল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 10, 2020 6:38 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এআইয়ুডিএফ প্ৰধান বদৰুদ্দিন আজমল আৰু মন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধই আকৰ্ষণীয় হোৱাই নহয়, এক ধৰণৰ তিক্ততাৰো সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এআইয়ুডিএফে ৰাজ্যৰ প্ৰত্যেক জিলাৰে থানাত গোচৰ দিয়াৰ ভাবুকি দিয়াৰ পাছতে আজি বদৰুদ্দিন আজমলক সংবাদ মাধ্যমৰ জৰিয়তে ঠেংগা অৰ্থ্যাৎ বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰিছিল মন্ত্ৰী শৰ্মাই।

Apply Now

তাৰ পাছতে শিল্পগ্ৰামত এই সন্দৰ্ভত আজমলৰ প্ৰতিক্ৰিয়া বিচাৰিছিল সাংবাদিকে।

এই সন্দৰ্ভত আজমলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মাক ভাতৃ সম্বোধন কৰে।

তেওঁ কয় ‘মই মোৰ সৰু ভাতৃ হিমন্ত বিশ্ব শৰ্মাক কৈছো যে ৰাজনীতিত খঙাল কেতিয়াও নহ’বা। ৰাজনীতিক এনজয় কৰা। ৰাজনীতি আমাৰ জীৱনৰ এটা অংগ। হিমন্তই যদিও খঙ কৰে তেন্তে নিজৰ কন্ট্ৰ’লত ৰাখক।‘

ইপিনে, এই খং স্বাস্থ্যৰ বাবে হানিকাৰক বুলি উল্লেখ কৰি আজমলে লগতে কয় ‘তেওঁ অতি সোনকালে চিকিৎসকৰ ওচৰত গৈ এই খঙটোৰ বিষয়ে আলোচনা কৰক। শান্ত হোৱা হিমন্ত, শান্ত হোৱা।‘

তদুপৰি, হিমন্তক কিছুদিন চিকিৎসালয়তো চিকিৎসাধীন হ’বলৈ পৰামৰ্শ দি তেওঁ লগতে কয় ‘মোৰ ভাতৃ হিচাপে তেওঁ মোৰ চিকিৎসালয়লৈ আহক, মই ১০০ শতাংশ বিনামূলীয়াকৈ চিকিৎসা কৰোৱাম।‘

‘শিলচৰত কিবা এটা ঘটনা হৈছিল, এয়া অতীত। এতিয়া আমি সাধাৰণভাৱে জীৱন যাপন কৰিব লাগে। ৰাইজৰ হৈ কাম কৰক ৰাইজে আপোনাক ভাল পাব। সৰু ভাতৃ হিচাপে তেওঁক মই সঁচাকৈ ক্ষমা কৰি দিছো।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm
আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm
আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd