• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ: প্ৰত্যাশিতভাৱেই চৰকাৰ গঠনৰ দিশে আপ

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , February 11, 2020 9:13 am

1 min read

aapp_1581389300_618x347

আপ সমর্থকৰ বিজয় উৎসৱ আৰম্ভ।

626
VIEWS
Share on FacebookShare on Twitter

দেশৰ সকলো প্ৰান্তৰ লোকৰ দৃষ্টি নিৱদ্ধ হৈ পৰা দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল আজি ঘোষণা  হ’ব।

ইতিমধ্যে ৰাতিপুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হৈছে আৰু প্ৰথম পৰ্যায়ত প্ৰত্যাশিতভাৱেই আম আদমী পাৰ্টিয়ে অগ্ৰগতি লাভ কৰিছে।

দিল্লীৰ মুঠ ৭০ আসনৰ ভিতৰত এতিয়ালৈকে আম আদমী পাৰ্টিয়ে ৫৪খন আসনত অগ্ৰগতি লাভ কৰি আছে।

আনহাতে, নিজৰ বিজয়ক লৈ অত্যন্ত দৃঢ়তা প্ৰদৰ্শন কৰি কেন্দ্ৰৰ ক্ষমতাসীন বিজেপি দলে ১৫খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে এখন আসনত অগ্ৰগতি লাভ কৰি আছে।

দিল্লীৰ আম আদমী পাৰ্টিৰ মূখ্য কাৰ্যালয়ত ইতিমধ্যে উৎসৱৰ পৰিৱেশ গঢ়ি উঠিছে। ইয়াৰ মাজতে মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল কাৰ্যালয়ত গৈ উপস্থিত হৈছে।

আপৰ নেতাসকলে তেওঁলোকৰ আসনৰ সংখ্যা ৬০খন অতিক্ৰম কৰিব বুলি আশা ব্যক্ত কৰিছে।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd