• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰৰ মৰ্মান্তিক ঘটনা সোণোৱাল চৰকাৰৰ বিফলতাৰ দলিল : আম আদমি পাৰ্টী

এন ই নাও নিউজ by এন ই নাও নিউজ
November 3, 2020 11:10 am
suicide-1140x570

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰ জিলাৰ তুলসীবিল অঞ্চলত একেটা পৰিয়ালৰ পাঁচজন সদস্যই আৰ্থিক অনাটনৰ বাবে আত্মহত্যা কৰা ঘটনাত আম আদমি পাৰ্টীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

এক প্ৰেছ বাৰ্তাত দলটোৱে লগতে কয় যে আৰ্থিক অনাটনত ভুগি থকা পৰিয়ালটোৱে ঋণৰ বোজা সহিব নোৱাৰি যি চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল, ই সৰ্বানন্দ সোণোৱাল চৰকাৰৰ যোৱা পাঁচ বছৰৰ কু-শাসন তথা বিফলতাৰ এক দলিল হিচাপে চিহ্নিত হৈ ৰ’ব।

Apply Now

বিবৃতিটোত কোৱা হয় যে যি বিজেপিয়ে কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসনৰ বিফলতাক মূলধন হিচাপে লৈ শাসনত অধিস্থিত হৈছিল আৰু অসমৰ জনতায়ো গভীৰ প্ৰত্যাশাৰে বিজেপিক দিছপুৰলৈ পঠিয়াইছিল, সেই বিজেপি চৰকাৰ এতিয়া সৰ্ব দিশত বিফল তথা প্ৰতাৰিত চৰকাৰ হিচাপে নিজৰ ৰূপ প্ৰকট কৰিছে।

আম আদমীয়ে দাবী কৰে যে কোকৰাঝাৰৰ দুৰ্ভগীয়া পৰিয়ালটোৱে যি এক আৰ্থিক সংকটৰ বাবে আত্মহত্যা কৰিবলগীয়া হ’ল, এনে আৰ্থিক সংকট এতিয়া অসমৰ প্ৰায় সকলো মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ সকলো পৰিয়ালে ভুগি আছে।

কেন্দ্ৰীয় চৰকাৰে সংঘটিত কৰা বিমুদ্ৰাকৰণৰ দৰে বৃহৎ কেলেংকাৰীয়ে দেশৰ জনতাক আৰ্থিকভাৱে কোঙা কৰাৰ পাছত জনতাই কঁকাল পোনাবলৈ পোৱাৰ আগতেই দেখা দিয়া কৰ’না মহামাৰীয়ে সকলোকে এক ভয়াবহ আৰ্থিক দিশলৈ লৈ গ’ল বুলি উল্লেখ কৰি বিবৃতিটোত কোৱা হৈছে যে অপৰিকল্পিত লক-ডাউন আৰু চৰকাৰৰ অকৰ্মণ্যতাই সকলো দুখীয়াকে দুৰ্যোগলৈ লৈ গ’ল।

বিবৃতিটোত লগতে কোৱা হৈছে যে অসমৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনেও লক-ডাউনৰ সময়ত দৰিদ্ৰ জনগণক সকাহ দিয়াৰ কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। কৰ’না নামত কেন্দ্ৰীয় চৰকাৰৰপৰা অহা টকা কি কি শিতানত ব্যয় কৰা হ’ল, সেই বিষয়ে জনতা এতিয়াও অন্ধকাৰতে আছে।

ক’ভিড হাস্পতাল নিৰ্মাণৰ নামত অসম চৰকাৰে লাভ কৰা টকা ক’ত ব্যয় কৰা হ’ল, সেয়া প্ৰকাশ কৰিবলৈ আম আদমি পাৰ্টীয়ে চৰকাৰৰ ওচৰত দাবী জনায়।

যোৱা পাঁচ বছৰ জনহিতকৰ একো কাম কৰিব নোৱাৰা বিজেপি চৰকাৰখনে এতিয়া জনতাৰ ফালে পিঠি দি ২০২১ৰ নিৰ্বাচনী বৈতৰণী কিদৰে পাৰ হ’ব পাৰে, তাকে লৈ ব্যস্ত আছে বুলিও দলটোৱে অভিযোগ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd