• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰতিবাদ সাৱ্যস্ত আমছুৰ

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , January 3, 2021 2:18 pm

1 min read

AAMSU Protest

ফটো: নৰ্থইষ্ট নাও।

109
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথত আমছুৰ এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত হয়। বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰাৰ দাবীত অনুষ্ঠিত কৰা হৈছে এই প্ৰতিবাদী সভা।

বছৰৰ আৰম্ভণিতে প্ৰতিবাদকাৰীসকলে এইদৰে প্ৰতিবাদত বহা দেখা গৈছে।

কিন্তু এই প্ৰতিবাদ ৰাজপথত অথবা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত নহয়, এই প্ৰতিবাদ বিশ্বনাথৰ ৫নং কুমলীয়াৰ ঝুলাপাৰাত তথা ব্ৰহ্মপুত্ৰৰ নদীৰ কাষত সাৱ্যস্ত কৰা হৈছে।

বিশ্বনাথ ঘাট-পাণপুৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আমছুৰ কুমলীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ জিলা সমিতিৰ সহযোগত কুমলীয়াত প্ৰতিবাদী সভাৰ অনুষ্ঠিত কৰা হয়।

উক্ত সভাত বিশ্বনাথৰ বিভিন্ন দল-সংগঠন‌ৰ শীৰ্ষ নেতৃ বৰ্গই উপস্থিত থাকি সমস্যা সমাধানৰ দাবী জনায়।

প্ৰতিবাদ সাৱ্যস্ত কৰাৰ পাছত বিশ্বনাথ জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ জল-সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক ৬ দফীয়া দাবীৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd