• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

উপ নিৰ্বাচনক লৈ আপৰ গুৰুতৰ অভিযোগ : চামগুৰিৰ ১০ টা কেন্দ্ৰত ৰিগিঙৰ অভিযোগ মনোজ ধানোৱাৰৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 18, 2024 7:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“চামগুৰিৰ ১০ টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিং  হৈছে। সমষ্টিটোৰ ৫৩, ৬৭, ৯৯, ১০০ নং বুথ কেন্দ্ৰৰ উপৰি আন ৬ টা কেন্দ্ৰত ৰিগিং হোৱাৰ প্ৰমাণ আছে। উপ নিৰ্বাচন সম্পন্ন হোৱা সমষ্টিটোৰ বুথ কেন্দ্ৰসমূহত চিচিটিভি সংস্থাপন কৰা হোৱা নাছিল। এয়া ৰহস্যজনক। চামগুৰিত শাসকীয় বিজেপিৰ প্ৰাৰ্থী গৰাকীক জিকাবলৈ বিজেপিয়ে যিকোনো ধৰণৰ অনিয়ম সংঘটিত কৰিছে। আমি নিৰ্বাচন আয়োগক ৰিগিং হোৱা কেন্দ্ৰ সমূহত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ দাবী জনাইছোঁ।” আজি গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে এনেদৰে কয়।

সংবাদমেলত ধানোৱাৰৰ অভিযোগ,” বিহালী সমষ্টিৰ উপ নিৰ্বাচনত সাংসদ গৌৰৱ গগৈয়ে বিধি উলংঘা কৰাৰ কথা কোৱা বিজেপিয়ে চামগুৰিত  সকলো ধৰণৰ অনিয়ম সংঘটিত কৰিছে। ভোটগ্ৰহণৰ দিনা সমষ্টিৰ বাহিৰৰ পৰা গৈ বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই চামগুৰিত বাহৰ পাতিছিল। ৰহস্যজনক ভাবে বুথ কেন্দ্ৰত চিচিটিভি সংস্থাপন কৰা হোৱা নাছিল। এই বিষয়ে আমি নিৰ্বাচন আয়োগৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। আমি আশা কৰিছোঁ নিৰ্বাচন আয়োগে নিৰপেক্ষ ভূমিকা পালন কৰিব। ”

Apply Now

আনহাতে, শুকুৰবাৰে গুৱাহাটীৰ ফাঁচী বজাৰত এজন ডেলিভাৰী বয়ৰ ওপৰত আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ বিৰুদ্ধেও সৰৱ হয় আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ। ঘটনাটো সংঘটিত কৰা পাণবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক শীঘ্ৰেই নিলম্বনৰ পৰিবৰ্তে চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী জনায় ধানোৱাৰে।

সংবাদমেলত আপৰ নেতাগৰাকীয়ে কয়, ” আৰক্ষীৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত চৰকাৰ বিফল হৈছে। এখন গণতান্ত্ৰিক দেশত আৰক্ষীয়ে নাগৰিকৰ ওপৰত এনে বৰ্বৰ নিৰ্যাতন চলোৱা কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। আম আদমী পাৰ্টিয়ে এই ঘটনাৰ তীব্ৰ গৰিহণা দিছোঁ।” আজি অনুষ্ঠিত সংবাদমেলত আপৰ ৰাজ্যিক উপ সভাপতি সৌমিক সেনগুপ্ত আৰু সাধাৰণ সম্পাদক পুনম গগৈয়েও উপস্থিত থাকে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd