• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত কেজৰিৱালৰ বিজয় ৰথৰ ছন্দত ২১ লৈ পোখা মেলি অসম ৰাজ্যিক ‘আপ’ৰ নৱ জীৱন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 11, 2020 8:44 pm
AAP

আপ, অসম ৰাজ্যিক কমিটিৰ বিষয়ববীয়া সকল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে দিল্লীত তৃতীয় বাৰলৈ চৰকাৰ গঠনৰ বাবে নিৰঙ্কুশ সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ পাছত অসমতো আম আদমী পাৰ্টীয়ে যেন নৱজীৱন লাভ কৰিছে।

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি আম আদমী পাৰ্টীৰ অসম ৰাজ্যিক কমিটিৰ বিষয়ববীয়াই দিল্লীবাসী জনতাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই নিৰ্বাচনৰ ফলাফলৰ পৰা তেওঁলোক উৎসাহিত হোৱা বুলিও দাবী কৰে।

Apply Now

দিল্লীৰ নিৰ্বাচনী ফলাফলৰ পাছত অসমত আম আদমী পাৰ্টীয়ে দলীয় ভেটি সুদৃঢ় কৰিবলৈ চেষ্টা কৰিছে বুলি সংবাদমেলত সদৰী কৰে দলটোৰ ৰাজ্যিক সমন্বয়ক ড০ ভৱেন চৌধুৰীয়ে।

তাৎপয্যপূৰ্ণভাৱে অসমৰ জনগণে বিচাৰিলে ২১ ত আম আদমী পাৰ্টীৰ তৰফৰ পৰা ৰাজ্যৰ বিধান সভা সমষ্টিত প্ৰাৰ্থী থিয় কৰাবলৈ সাজু বুলি দাবী কৰে ড০ চৌধুৰীয়ে।

‘২০২১ত অসমৰ ৰাইজে বিচাৰিলে প্ৰাৰ্থী দিব আপে। সমষ্টিৰ জনতাই ঠিক কৰিব আপৰ প্ৰাৰ্থী। গুৱাহাটী নাইবা দিল্লীত এই প্ৰাৰ্থীৰ তালিকা ঠিক নহয়,’ চৌধুৰীয়ে সংবাদমেলত কয়।

ইপিনে,  দিল্লীৰ জয়ে নিশ্চিতভাৱে ভাৰতৰ সংবিধান ৰক্ষা কৰিছে বুলি দাবী কৰি তেওঁ কয় ‘বিজেপি চৰকাৰে আৰম্ভ কৰা সংবিধান বিৰোধী কাম-কাজ প্ৰতিহত কৰি দিল্লীৰ জনতাই প্ৰমাণ কৰি দিলে যে জনতাই ‘কা’ নামানে আৰু ধৰ্মৰ ভিত্তিত কেতিয়াও ৰাজনীতি নহয়। ধৰ্ম-জাত-পাতৰ ৰাজনীতিক উফৰাই ৰাইজে কৰ্ম চাই চৰকাৰ গঠন কৰিবলৈ ৰায় দিলে।‘

“অসমত দলীয় সাংগঠনিক ভেঁটি দৃঢ় কৰিবৰ বাবে বৰাক উপত্যকাক বাদ দি সমগ্ৰ অসমৰ প্ৰতিখন জিলাত জিলা সমিতি গঠন কৰা হৈছে । লগতে ৪০খন বিধানসভা আৰু ৬০খন গাঁও সভাৰ সমিতিও গঠন কৰা হৈছে। তাৰ ভিতৰত মধ্য অসম আৰু উজনি অসমত অধিক সংখ্যক সমষ্টি কমিটি গঠন কৰা হৈছে,” সমন্বয়ক চৌধুৰীয়ে লগতে কয়।

আনহাতে,  সংবাদ মেলখনত উপস্থিত থাকি দলটোৰ সহ-সমন্বয়ক আব্দুল ৱাহিদে দেশত বিজেপিক প্ৰতিহত কৰাৰ বাবে ৰাইজক আহ্বান জনাই কয় “আপ ভাৰতীয় গণতন্ত্ৰত বিকল্প হিচাপে আগবাঢ়িছে। অসমবাসীয়ে আৱেগক বিশ্বাস কৰি বা তাৰ প্ৰতি লক্ষ্য ৰাখি সংসদত কা’ৰ বিৰুদ্ধে মাত মাতিছে আপে।’’

ইয়াৰোপৰি, সংবাদমেলত উপস্থিত থাকি দলটোৰ ৰাজ্যিক সম্পাদক বনদ্বীপ দত্তই ‘অসমৰ  ৰাইজে বিচাৰিলে সকলো নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ লগতে অনাগত দিনত শিক্ষিত সোণৰ অসম গঢ়িব’ বুলি আশ্বাস প্ৰদান কৰি লগতে কয় ‘তাৰ বাবে অসমৰ সকলো স্তৰৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে দলটোৱে।‘

উল্লেখযোগ্য যে, দিল্লীত আপৰ বিজয় উপলক্ষে উৎফুল্লিত হৈ পৰে আম আদমী পাৰ্টী, অসম ৰাজ্যিক কর্মী সকল।

মঙলবাৰে পুৱাৰে পৰা গুৱাহাটী খাৰঘুলিস্থিত আপ’ৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত দেখিবলৈ পোৱা গ’ল কৰ্মীসকলৰ মাজত এক আনন্দৰ পৰিৱেশ।

দুপৰীয়া ভাগত কর্মীসকলে মহানগৰীৰ ৰাজপথত খোজ কাঢ়ি বিজয় সমদল বাহিৰ কৰে।

তদুপৰি, দলৰ প্ৰধান প্ৰতীক ঝাড়ুৰ লগতে হাতে হাতে ঢোল-তাল লৈ ৰাজপথত বিহু নাচি আনন্দ উপভোগ কৰা দেখিবলৈ পোৱা গ’ল অসমৰ সমৰ্থক সকলক।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm
নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

August 18, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd