• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত ‘আপ’ৰ নতুন ৰাজ্যিক কমিটী গঠন

দুগৰাকী সাধাৰণ সম্পাদক, ৩ উপ সভাপতি, ১২ সাংগঠনিক সম্পাদক, ১২ যুটীয়া সম্পাদক, ১১ গৰাকীক মুখপাত্ৰৰ দায়িত্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2024 2:30 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত গঠন হ’ল নতুন কমিটী। ৰাজ্যিক সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণৰ ১৫ দিনৰ ভিতৰতে ধানোৱাৰে গঠন কৰিলে ৪৩ জনীয়া শক্তিশালী কমিটী।

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ উপৰি ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া বিধান সভা নিৰ্বাচনৰ পূৰ্বে আপৰ সাংগঠনিক ভেটি সুদৃঢ় ৰূপে গঢ়ি তুলিবলৈ উজনি, নামনি, বৰাক, ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰহসংখ্যক জিলাৰ পৰাই নতুন সমিতিত বিষয়ববীয়া অন্তৰ্ভুক্ত কৰা হৈছে।

পূৰ্বে উপ সভাপতি হিচাপে দায়িত্ব পালন কৰা ৰাজীৱ শইকীয়াক নতুন কমিটীৰ সাধাৰণ সম্পাদক(সাংগঠনিক)ৰ গুৰুদায়িত্ব অৰ্পণ কৰা হৈছে। সভাপতি ধানোৱাৰৰ নেতৃত্বত গঠিত কমিটীত উপ সভাপতি হিচাপে দায়িত্ব লাভ কৰিছে তিনিগৰাকী জ্যেষ্ঠ নেতাই। তেওঁলোক ক্ৰমে ডঃ মামুন ইমদাদুল হক চৌধুৰী, সৌমিক সেনগুপ্ত আৰু অনুৰূপা ডেকাৰজা।

Apply Now

লগতে পঢ়কঃ মুকেশ আম্বানীৰ বাবে বৃহৎ আঘাত! মাত্ৰ এদিনতে হেৰুৱালে কেইবাহাজাৰ কোটি টকা

পূৰ্বে দলৰ মুখপাত্ৰৰ দায়িত্ব পালন কৰি অহা প্ৰাক্তন এচিএছ পুনম গগৈক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে। ৰাজ্যিক মিডিয়া সমন্বয়ক পদত গুৰপ্ৰীত সিং উপ্পল, সম্পাদক(প্ৰশাসন) ৰ দায়িত্বত ভিক্টৰ গগৈ, দলীয় ইভেণ্ট তত্বাৱধায়ক পদত ঋষিৰাজ কৌণ্ডিন্য, মহিলা শক্তিৰ ৰাজ্যিক সভাপতি হিচাপে জিএমচিৰ ৱাৰ্ড কমিছনাৰ মাছুমা বেগম, তথ্য প্ৰযুক্তি কোষৰ দায়িত্বত অম্লানজ্যোতি হাতীবৰুৱা, গৱেষণা আৰু বিশ্লেষণ বিভাগৰ দায়িত্বত লক্ষ্মীকান্ত ডুবে, যুৱ শক্তিৰ তত্বাৱধায়ক ৰুদ্ৰাংকুৰ হাজৰিকা, ৰাজ্যিক যুৱ শক্তিৰ সভাপতি বাবুল বিকাশ চেতিয়া, আইন কোষৰ সমন্বয়ক আলাউদ্দিন আহমেদ, চি ৱাই এছ এছৰ ৰাজ্যিক তত্বাৱধায়ক দিব্যজ্যোতি কুলী, চি ৱাই এছ এছৰ সভাপতি পদত সৃজয় চন্দ্ৰ বড়োক দায়িত্বভাৰ অৰ্পণ কৰা হৈছে।

তদুপৰি ৪৩ জনীয়া কমিটীত ১২ গৰাকী সাংগঠনিক সম্পাদক আৰু ১২ গৰাকী যুটীয়া সম্পাদক অন্তৰ্ভুক্ত কৰা হৈছে। সংবাদ মাধ্যমত দলৰ বক্তব্য প্ৰকাশৰ বাবে মূল ৰাজ্যিক কমিটীৰ সৈতে সংলগ্ন কৰা হৈছে ১১ জনীয়া মুখপাত্ৰ কমিটী। ৰাজ্যিক মিডিয়া সমন্বয়ক গুৰপ্ৰীত সিং উপ্পল, জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজা, ৰমেন বৰঠাকুৰ, পুনম গগৈৰ সৈতে আন ৭ গৰাকীয়ে মুখপাত্ৰৰ দায়িত্ব লাভ কৰিছে। তেওঁলোক ক্ৰমে অম্লানজ্যোতি হাতীবৰুৱা, দিব্যজ্যোতি কুলী, জাৰবম কুটুম, মাছুমা বেগম, নীলমণি শইকীয়া, ৰামা পৰিহাৰ আৰু ৰুদ্ৰাংকুৰ হাজৰিকা।

লগতে পঢ়কঃ যুদ্ধভূমি লেবানন! ইজৰাইলৰ আক্ৰমণত নিহতৰ সংখ্যা ২০০০ অতিক্ৰম, গৃহহীন লাখ লাখ লোক

ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত আজি নতুন কমিটী ঘোষণা হোৱাত দলীয় কৰ্মী, সমৰ্থক সকল উৎসাহিত হোৱা পৰিলক্ষিত হৈছে। নতুন ৰাজ্যিক কমিটীয়ে শীঘ্ৰেই দলৰ ছাত্ৰ, যুৱ আৰু মহিলা শক্তিৰ পূৰ্ণাংগ কমিটী সমূহ গঠন কৰিব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd