• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুকেশ আম্বানীৰ বাবে বৃহৎ আঘাত! মাত্ৰ এদিনতে হেৰুৱালে কেইবাহাজাৰ কোটি টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2024 1:22 pm
মুকেশ আম্বানি। ফাইল ফটোঃ সংগ্ৰহীত।

মুকেশ আম্বানি। ফাইল ফটোঃ সংগ্ৰহীত।

192
VIEWS
Share on FacebookShare on Twitter

উদ্যোগপতি মুকেশ আম্বানীৰ সাম্ৰাজ্যই এক বৃহৎ সংকটৰ সন্মুখীন হৈছে। মাত্ৰ এদিনতে তেওঁ ৭৭,৬০৬ কোটি টকা লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। ইয়াৰ আঁৰত বজাৰৰ কাৰ্যকলাপ। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰ প্ৰায় ৪ শতাংশ হ্ৰাস পাইছে। ফলত হাজাৰ হাজাৰ কোটি টকাৰ ক্ষতি হৈছে মুকেশ আম্বানীৰ।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে বিভিন্ন খণ্ডত বিনিয়োগ কৰিছে। তেল, প্ৰাকৃতিক গেছ, এফএমচিজিকে ধৰি ৰিলায়েন্সৰ বহু শ্বেয়াৰ হ্ৰাস পাইছে। ফলত এদিনতে মুকেশ আম্বানীয়ে ৭৭,৬০৬ কোটি টকা লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। মঙলবাৰে (৩ অক্টোবৰ) ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ বজাৰ মূল্য ১৯,০৪,৭৬২.৭৯ টকালৈ হ্ৰাস পায়।

লগতে পঢ়কঃ উত্তৰাখণ্ডত ভয়ংকৰ দুৰ্ঘটনা, খাৱৈত পৰিল দৰাযাত্ৰীৰ বাছ; কমেও ৩০ জনৰ মৃত্যু

মুকেশ আম্বানীৰ ফ্লেগশ্বিপ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ প্ৰায় ৪ শতাংশ হ্ৰাসেই এই লোকচানৰ মূল কাৰণ। ইয়াৰ আঁৰৰ মূল কাৰণ হৈছে মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধ। ইজৰাইল, লেবানন, ইৰাণকে ধৰি চুবুৰীয়া দেশসমূহৰ যুদ্ধৰ ফলত গেছ আৰু তেলৰ বজাৰ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ফলত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ৰিলায়েন্স অইল আৰু নেচাৰেল গেছৰ ওপৰত প্ৰভাৱ পৰিছে।

বিগত তিনিদিন ধৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰ হ্ৰাস পাইছে। ৰিলায়েন্সৰ শ্বেয়াৰ ৭.৭৬ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে বি এছ ই চেন্সেক্সৰ শ্বেয়াৰ ২.১০ শতাংশ হ্ৰাস পাইছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰ হ্ৰাস পোৱাৰ বিপৰীতে মুকেশ আম্বানীৰ ব্যক্তিগত সম্পত্তিৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। বৰ্তমান মুকেশ আম্বানীৰ মুঠ সম্পত্তি ৯৩,০৮৩৬ কোটি। ফলত এছিয়াৰ আটাইতকৈ ধনী লোকসকলৰ তালিকাত এতিয়াও তেওঁ শীৰ্ষস্থান দখল কৰিছে।

লগতে পঢ়কঃ প্ৰেমিকক গছত বান্ধি থৈ যুৱতীক দলবদ্ধ ধৰ্ষণ! পুনেত ভয়ংকৰ ঘটনা

হিজবুল্লাহ, ইৰাণ, লেবাননকে ধৰি কেইবাখনো দেশে ইজৰাইলক আক্ৰমণ কৰিছে। ইয়াৰ প্ৰভাৱ পৰিছে তেলৰ বজাৰত। যদি এনেদৰে যুদ্ধ চলি থাকে তেন্তে ইয়াৰ প্ৰভাৱ ভাৰতকে ধৰি আন দেশৰ ওপৰত পৰিব। এইটোৱেই হৈছে শ্বেয়াৰ বজাৰত প্ৰথম পৰ্যায়ৰ কাৰ্যকলাপ। 

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd