• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০২২ চনত উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথক প্ৰত্যাহ্বান জনাবলৈ সাজু আম আদমী পাৰ্টি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 15, 2020 1:21 pm

2 min read

Arvind-Kejriwal-750x375
1.3k
VIEWS
Share on FacebookShare on Twitter

আম আদমী পাৰ্টিয়ে ২০২২ চনৰ উত্তৰ প্ৰদেশ(য়ুপি) বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি দলটোৰ প্ৰমুখ তথা দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি এক ডাঙৰ ঘোষণা কৰে।

মুখ্য মন্ত্ৰী কেজৰিৱালে এক সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰি তেওঁ উত্তৰ প্ৰদেশত দেখা দিয়া ক’ৰ’না সংকট আৰু আন কিছু বিষয়ক লৈ প্ৰশ্ন উত্থাপন কৰে।

কেজৰিৱালে প্ৰশ্ন উত্থাপন কৰি কয় যে দিল্লীত যদি সুবিধাসমূহ উপলব্ধি কৰিব পৰা যায় তেন্তে উত্তৰ প্ৰদেশত কিয় নোৱাৰি।

দিল্লীৰ মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে কয় যে উত্তৰ প্ৰদেশে এই পৰ্যন্ত কেৱল লেতেৰা ৰাজনীতিহে দেখিছে, সেয়ে উত্তৰ প্ৰদেশে এতিয়া নতুন সুযোগ পাব লাগে।

তেওঁ লগতে কয় যে দেশৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনত কিয় ভাল সুবিধা থাকিব নোৱাৰে। কেজৰিৱালে লগতে য়ুপিত মোহল্লা ক্লিনিক, বিনামূলীয়া বিদুৎ, বিনামূলীয়া পানীৰ সুবিধা কিয় থাকিব নোৱাৰে বুলিও প্ৰশ্ন কৰে।

সংবাদমেলত কেজৰিৱালে লগতে কয় যে দিল্লীত উত্তৰ প্রদেশৰ বহু লোক থাকে আৰু তেওঁলোকে দিল্লীৰ দৰে সুবিধা উত্তৰ প্ৰদেশতো হ’ব লাগে বুলি দাবী জনাইছে।

উত্তৰ প্ৰদেশৰ জনতা আওপুৰণি ৰাজনীতিত বিতুষ্ট হৈছে আৰু তেওঁলোক আম আদমী পাৰ্টিৰ সৈতে জৰিত হ’ব বুলিও কেজৰিৱালে মন্তব্য কৰে।

মুখ্য মন্ত্ৰী কেজৰিৱালে কয় যে দিল্লীত একেৰাহে তিনিবাৰৰ বাবে আম আদমী পাৰ্টিয়ে চৰকাৰ গঠন কৰি কাম কৰি দেখুৱাইছে।

দিল্লীত পোৱা সুবিধা সমূহ উত্তৰ প্ৰদেশৰ গোৰখপুৰ, লক্ষ্ণৌ আৰু আন আন চহৰ সমূহত কিয় হ’ব নোৱাৰে বুলিও কেজৰিৱালে কয়।

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো ডেৰ বছৰহে আছে, আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দলৰ লগতে আম আদমী পাৰ্টিয়েও নিজৰ ৰণনীতি প্ৰস্তুত কৰি লৈছে।

Recent News

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd