• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উত্তৰাখণ্ডত বিজেপিক প্ৰত্যাহ্বান জনাব আপ-এ : ২০২২ৰ বিধানসভা নিৰ্বাচনত ৭০ টা সমষ্টিত দিব প্ৰাৰ্থীত্ব

by
December 21, 2020 4:53 pm
manish_sisodia-sixteen_nine
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২২ৰ উত্তৰাখণ্ড বিধানসভাৰ নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনাব আদ আদমি পাৰ্টিয়ে।

সোমবাৰে আম আদমিৰ পাৰ্টিৰ নেতা তথা দিল্লী উপ মুখ্যমন্ত্ৰী মনীষ চিচুদিয়াই এই কথা ঘোষণা কৰিছে।

Apply Now

চিচুদিয়াই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ দলে উত্তৰাখণ্ডৰ আগন্তুক ২০২২ বিধানসভাৰ নিৰ্বাচনত ৭০ টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব। উল্লেখ্য যে উত্তৰাখণ্ড বিধানসভা সমষ্টিৰ সংখ্যা হৈছে ৭০ টা।

চিচুদিয়াই দাবী কৰি কয় যে উত্তৰাখণ্ডৰ জনতাই ট্ৰিবেন্দ্ৰ সিং ৰাৱাটৰ নেতৃত্বাধীন চৰকাৰৰ দিনত একেবাৰে সুখী নহয় আৰু এই চৰকাৰে ৰাজ্যখনৰ কল্যাণৰ বাবে একো কামেই কৰিব পৰা নাই।

“উত্তৰাখণ্ডৰ বহু লোকে আপ শাসিত দিল্লী পৰিভ্ৰমণ কৰিছে আৰু তেওঁলোকে উত্তৰাখণ্ডতো আপক ক্ষমতালৈ অহাতো বিচাৰিছে। আপ-এ দিল্লীত বিদ্যুৎ, পানী, শিক্ষা, স্বাস্থ্য আৰু নিয়োগ ক্ষেত্ৰত যেনে কাম কৰিছে উত্তৰাখণ্ডতো আপে-এ তেনে কাম কৰাতো তেওঁলোকে বিচাৰিছে।” দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচুদিয়াই এনআইক কয়।

ইফালে উত্তৰাখণ্ডৰ মন্ত্ৰী মদন কৌশিকে উত্তৰাখণ্ডত দিল্লীতকৈ অধিক উন্নয়ন হোৱা বুলি দাবী কৰি আপক প্ৰত্যাহ্বান জনায় কৈছিল যে কোন চৰকাৰে কিমান উন্নয়ন কৰিছে তাৰ তুলনামূলক মুখামুখি বিতৰ্ক হওক।

দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰত্যাহ্বান গ্ৰহণ কৰি যিকোনো ঠাইত যিকোনো সময়তে সেই বিতৰ্কত অৱতীৰ্ণ হ’বলৈ দিল্লী চৰকাৰৰ সাজু বুলিও কয়।

“দলৰ অধ্যক্ষ তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উত্তৰাখণ্ড বিধানসভাৰ ৭০ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সিদ্ধান্ত লৈছে। মই দুবাৰ ৰাজ্যখন পৰিভ্ৰমণ কৰিছো। ৰাজ্যখনৰ বহু জ্যেষ্ঠ লোকে আমাৰ সৈতে জড়িত হৈছে। মুখ্যমন্ত্ৰী ট্ৰিবেন্দ্ৰ সিং ৰাৱাটে যোৱা চাৰিটা বছৰত ৰাজ্যখনৰ বাবে একো কামেই নকৰিলে, তাৰবাবে তেওঁলোক অসন্তুষ্ট। তেওঁলোকে তেওঁক কৰ্মহীন মুখ্যমন্ত্ৰী বুলি অভিহিত কৰিছে।” চিচুদিয়াই লগতে কয়।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd