• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শৈক্ষিক গৱেষণাৰ সহযোগিতাৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে আৰণ্যকৰ দ্বিপাক্ষিক চুক্তি

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
July 15, 2022 1:18 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Aaranyak signs MoU with Bodoland University ভাৰতৰ আগশাৰীৰ গৱেষণা-আধাৰিত জৈৱ বৈচিত্ৰ সংৰক্ষণ সংগঠন আৰণ্যকে  গুৱাহাটীস্থিত আৰণ্যকৰ কাৰ্যালয়ত অসমৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে এক দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত কৰে ৷ এই  চুক্তিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক লাইশ্রাম লাডু সিং আৰু আৰণ্যকৰ সচিব প্রধান তথা মুখ্য কাৰ্যবাহী বিষয়া ড০ বিভৱ কুমাৰ তালুকদাৰে স্বাক্ষৰ প্ৰদান কৰে।

এই চুক্তিৰ জৰিয়তে উত্তৰ-পূব ভাৰতত জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষাৰ বাবে বৈজ্ঞানিক গৱেষণা, শিক্ষা আৰু প্ৰসাৰৰ লগতে মানৱ সম্পদ বিকাশৰ বাবে আৰণ্যক আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ে যুটীয়াভাৱে কাম কৰিব ৷

লগতে পঢ়ক: Sonowal Announces: নুমলীগড়ৰ জাহাজঘাটক অচিৰেই ব্যৱসায়িক বন্দৰলৈ উন্নীত কৰা হ’ব; ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালৰ

Apply Now

নামনি অসমৰ বড়োলেণ্ড বিশ্ববিদ্যালয় হৈছে উচ্চ শিক্ষাৰ একমাত্ৰ প্ৰতিষ্ঠান যি শিক্ষাৰ্থী আৰু সমাজৰ সৰ্বাধিক বিকাশৰ বাবে কাম কৰে।

আনহাতে, ১৯৮৯ চনত প্ৰতিষ্ঠিত আৰণ্যকে বন্যপ্ৰাণী তথা বন্যপ্ৰাণীৰ বাসস্থান বিষয়ক গৱেষণা আৰু সংৰক্ষণৰ লগতে ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত বনাঞ্চলৰ ওচৰত বাস কৰা সম্প্ৰদায় সমূহৰ জীৱন আৰু জীৱিকা বিকাশৰ বাবে কাম কৰা কৰি আহিছে।

২০০৬ চনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা বিভাগে আৰণ্যকক বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা সংস্থা হিচাপে স্বীকৃতিও প্ৰদান কৰিছিল।

ফটো: নৰ্থইষ্ট নাও।

চুক্তি পত্ৰত স্বাক্ষৰ প্ৰদান কৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক লাইশ্রাম লাডু সিঙে বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু আৰণ্যকৰ মাজত হোৱা এই চুক্তিয়ে বৈজ্ঞানিক গৱেষণা, প্ৰসাৰ আৰু শিক্ষাৰ লগতে পৰিৱেশ সংৰক্ষণ আৰু অঞ্চলটোৰ অন্যান্য দিশসমূহৰ বাবে মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰিব বুলি মন্তব্য কৰে ৷

আৰণ্যকৰ সচিব প্ৰধান ড০ বিভৱ কুমাৰ তালুকদাৰে ভৱিষ্যতৰ বাবে আগন্তুক প্ৰজন্মৰ দক্ষতা আৰু সক্ষমতা গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ বিষয়েও মন্তব্য কৰি  দ্বিপাক্ষিক চুক্তিক জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু সমাজৰ বিকাশৰ বাবে এক উল্লেখনীয় পদক্ষেপ বুলিও মত প্ৰকাশ কৰে ।

লগতে পঢ়ক: Banned in parliament: পুনৰ সংসদত জাননী; এইবাৰ বন্ধ কৰা হৈছে ধৰ্ণা, বিক্ষোভ

এই চুক্তি স্বাক্ষৰৰ বাবে আয়োজিত এক বিশেষ অনুষ্ঠানত উপাচাৰ্যৰ গৰাকীৰ লগতে বিশ্ববিদ্যালয়খনৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া আৰু আৰণ্যকৰো কেইবা গৰাকীও জ্যেষ্ঠ বিজ্ঞানী উপস্থিত থাকে।

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd