• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰ সন্থা-এ বি ভি পিৰ মাজত ভয়ংকৰ মাৰপিট; ছয়জন গুৰুতৰভাৱে আহত

ছফিকুল আহমেদ by ছফিকুল আহমেদ
August 22, 2019 8:11 am
AASU & ABVP

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ পূৰ্বে ৰাজ্যত সংঘটিত হ’বলৈ ধৰিছে কেতবোৰ বিক্ষিপ্ত ঘটনা। নলবাৰীৰ টিহুৰ আছু কাৰ্যালয় আক্ৰমণৰ পাছত এইবাৰ ছাত্ৰ সন্থা আৰু এ বি ভি পিৰ গোৱালপাৰা গোটৰ মাজত প্ৰচণ্ড মাৰপিট হোৱাৰ খবৰ পোৱা গৈছে।

উল্লেখ্য যে মঙলবাৰে নিশা প্ৰায় ৭.৩০ মান বজাত গোৱালপাৰাৰ আছু কাৰ্যালয়ত দুয়োটা ছাত্ৰ সংগঠনৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়।

Apply Now

দুয়োটা গোটৰ মাজত চলি থকা বাক বিতণ্ডাই অৱশেষত মাৰপিটত পৰিণত হয় আৰু ছয়জনকৈ কৰ্মী বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত সকল দুয়োটা গোটৰে।

আছুৰ আঘাতপ্ৰাপ্ত সকল হ’ল সুৰজ দাস, শংকু সাহা, প্ৰাণজিৎ নাথ, পল্লৱী নাথ আৰু ৰিপুঞ্জয় কলিতা।

আনহাতে এ বি ভি পিৰ মানৱ সৰকাৰে সংঘৰ্ষটোত বেয়াকৈ আঘাত পায়।

ইফালে এই ঘটনাৰ পাছতে দুয়োটা ছাত্ৰ সংগঠনে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ।

গোৱালপাৰা নগৰ ছাত্ৰ সন্থাৰ সভাপতি বেদান্ত কাশ্যপে এই সম্পূৰ্ণ ঘটনাটোৰ সূত্ৰপাত এবিভিপিয়ে ঘটোৱা বুলি মন্তব্য কৰে।

‘মানৱ সৰকাৰ, ৰাজীৱ ওৰাং, মনদীপ হাজৰিকা, ৰাজু দেৰ লগতে আন বহুতো এ বি ভি পিৰ সদস্যই আমাৰ গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত থকা আছু কাৰ্যালয়ৰ বাহিৰত উপস্থিত হৈ আমাক উদ্দেশ্যি বিভিন্ন আপত্তিজনক তথা সাম্প্ৰদায়িক মন্তব্যৰ  লগতে শিলাবৰ্ষণ কৰে’। নৰ্থ-ইষ্ট নাওক এইদৰে কয় কাশ্যপে।

তেওঁ লগতে কয়, ‘ইয়াৰে অধিকাংশ সুৰামত্ত অৱস্থাত আছিল। যাৰ বাবে আমি আঘাতপ্ৰাপ্ত হ’লো’।

আনহাতে আছুৰ এই অভিযোগ সম্পূৰ্ণ ৰূপে প্ৰত্যাখ্যান কৰিছে এ বি ভি পিয়ে।

এ বি ভি পিৰ ৰাজীৱ ওৰাঙে কয়, ‘বুধবাৰে ৰাজ্যজুৰি হ’ব লগীয়া প্ৰতিবাদ সম্পৰ্কে আমাৰ সদস্য সকলৰ সৈতে গোৱালপাৰ মহাবিদ্যালয়ৰ গেটত আলোচনা কৰি আছিলো’।

‘কিন্তু হঠাৎ ছাত্ৰ সন্থাৰ সদস্যসকলে আমাৰ ওপৰত আক্ৰমণ কৰে। অভিযোগ কৰা ধৰণে আমি আছু কাৰ্যালয় আক্ৰমণ কৰিব যোৱা নাছিলো’। এই ভাষ্য এ বি ভি পিৰ নেতাৰ।

ইফালে আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

‘আমি দুয়ো পক্ষৰ পৰা পোৱা অভিযোগৰ ভিত্তিত ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটনৰ বাবে তদন্ত আৰম্ভ কৰিছো’। আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

উল্লেখ্য যে গোৱালপাৰা মহাবিদ্যালয়ৰ হেমন্ত কলিতা আৰু ধনজ্যোতি মেধি নামৰ শিক্ষক দুজন এ বি ভি পিৰ দায়িত্বত থকা বুলি কিছুদিন পূৰ্বে ছাত্ৰ সন্থাই অভিযোগ উত্থাপন কৰি দুয়োজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল।

ইয়াৰ পাছৰ পৰাই দুয়োটা ছাত্ৰ সংগঠনৰ মাজৰ সম্পৰ্ক অধিক অৱনতি ঘটে আৰু এ বি ভি পিৰ কৰ্মীৰ মাজত বিদ্ৰোহৰ ভাৱ জন্মে।

ছফিকুল আহমেদ

ছফিকুল আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd