• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাটকাইৰ চালেকিত প্ৰস্তাৱিত কয়লাৰ মুক্ত খনন ! আছুৰ প্ৰতিবাদ, প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ছাত্ৰ মুক্তিৰ

NE NOW NEWS মানস প্ৰতীম গগৈ
মাৰ্ঘেৰিটা , May 22, 2020 9:24 pm

2 min read

পাটকাইৰ চালেকিত প্ৰস্তাৱিত কয়লাৰ মুক্ত খনন ! আছুৰ প্ৰতিবাদ, প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ছাত্ৰ মুক্তিৰ
1k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ অনুমতি সাপেক্ষে উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ লেখাপানী থানাৰ অন্তৰ্গত চালেকিত মুক্ত কয়লাখননৰ বাবে অনুমতি প্ৰদান বুলি শেহতীয়াকৈ সামাজিক মাধ্যম আৰু বিভিন্ন সংবাদ মাধ্যমত ব্যাপক চৰ্চা হৈছে।

চালেকিত কয়লাৰ মুক্ত খনন বন্ধ কৰাৰ দাবীত আজি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সংস্থাই উত্তৰ পূৱ কয়লা ক্ষেত্ৰৰ মাৰ্ঘেৰিটা প্ৰন্ধকৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল গঢ়ি হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানী আঞ্চলিক বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত অৱস্থিত এই চালেকিত শেহতীয়াকৈ ৯৮.৫৯০ হেক্টৰ  পাহাৰৰ ভূমিত কেন্দ্ৰীয় বন আৰু পৰিবেশ মন্ত্ৰালয়ে উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাক খননৰ কৰ্তৃত্ব প্ৰদান কৰিছে বুলি বিভিন্ন মাধ্যমত খবৰ প্ৰকাশ পোৱাৰ পাছতে  জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন।

এই  পাহাৰাঞ্চলত খনন চলোৱাৰ ফলত ঐতিহাসিক পাটকাই পাহাৰ এলেকাত পৰিৱেশ ধ্বংস হোৱাৰ আকাংক্ষা প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমী দল সংগঠন সমূহে।

এনে এখন ঐতিহাসিক পাহাৰ অঞ্চলত কেন্দ্ৰীয় চৰকাৰৰ অনুমতি সাপেক্ষে উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ খননৰ অনুমতিত প্ৰদান কৰা বুলি যি চৰ্চা হৈছে সেই সম্পৰ্কে আছুৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি চিন্তু গগৈ আৰু সম্পাদক ৰুপম বৰুৱাৰ নেতৃত্বত আজি  প্ৰতিবাদ সাব্যস্ত কৰি  চৰকাৰে লোৱা সিদ্ধান্তক বাতিল কৰিবৰ বাবে দাবী জনায়।

চৰকাৰী কয়লা খননৰ সিদ্ধন্ত পৰিহাৰ নকৰিলে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে আছুৱে।

অনহাতে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে আজি মাৰ্ঘেৰিটা মহকুমাধিপতিৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

জিলা সমিতিৰ উপদেষ্টা লক্ষ্যজ্যোতি গগৈ সভাপতি পাপু দত্তই স্বাক্ষৰিত স্মাৰক পত্ৰখনত উল্লেখ কৰিছে যে ক’ৰ’না মহামাৰীৰ আতংকময় পৰিৱেশৰ মাজতে কেন্দ্ৰীয় চৰকাৰে অসমৰ পাটকাই পাহাৰৰ চালেকিত ক’ল ইণ্ডিয়াৰ জৰিয়তে যি মুক্ত খননৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধে স্মাৰক পত্ৰ যোগে  প্ৰতিবাদ কৰাৰ লগতে পাটকাই পাহাৰৰ বনভূমিত কয়লাৰ মুক্তখননৰ অনুমতি প্ৰদান নকৰিবলৈ আহ্বান জনাইছো।

Recent News

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

Norah fatehi

এইবাৰ কি কাৰণে এইদৰে ভাইৰেল হৈ পৰিছে নোৰাৰ ফটো?

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd