DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অহা ২০ মাৰ্চত ৰাজ্যজুৰি কা-বিৰোধী প্ৰতিবাদৰ ঘোষণা আছুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2021 8:20 pm
Margherita-CAA-protest-main-750x375

ফাইল ফটো: নৰ্থইষ্ট নাও।

409
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম ছাত্ৰ সন্থা (আছু)ই অহা ২০ মাৰ্চত ৰাজ্যজুৰি এক বিশাল কা-বিৰোধী (নাগৰিকত্ব সংশোধনী আইন)প্ৰতিবাদৰ কাৰ্যসূচী ঘোষণা কৰিছে।

আছুৰ সভাপতি দীপাংক কুমাৰ নাথে সোমবাৰে এই কথা জানিবলৈ দিয়ে।

‘’২০ মাৰ্চত সকলো আছু কৰ্মীয়ে ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত হ’বলগীয়া বিশাল কা-বিৰোধী প্ৰতিবাদত অংশ ল’ব,’’-দীপাংক নাথে কয়।

দীপাংক নাথে জানিবলৈ দিয়ে যে আছু কৰ্মীসকলে ৰাজ্যখনৰ প্ৰতিটো স্থানতে বাইক ৰেলী উলিয়াব।

‘’আমাৰ লক্ষ্য হৈছে সকলোকে, বিশেষকৈ গ্ৰাম্যাঞ্চলত বাস কৰাসকলক বিজেপি চৰকাৰে অনা মাৰাত্মক কা সম্পৰ্কে সজাগ কৰা। আমি সকলোকে লগ কৰি তেওঁলোকক কা-ই কেনেকৈ অসমৰ পৰিচয় তথা সংস্কৃতিৰ প্ৰতি এক ভাবুকি সেই বিষয়ে সজাগ কৰিম,’’-দীপাংক নাথে কয়।

উল্লেখ্য যে এই বিশাল কা-বিৰোধী প্ৰতিবাদ ২০ মাৰ্চত অসম বিধানসবাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাত্ৰ এসপ্তাহ পূৰ্বে অনুষ্ঠিত হ’ব।

আনহাতে, কংগ্ৰেছেও অসমত ৰাজ্যখনত নিজৰ খোপনি বৃদ্ধি কৰিবলৈ কা-বিৰোধী স্থিতিক ব্যাপকভাৱে তুলি ধৰা দেখা গৈছে।

অসম কংগ্ৰেছে দৰাচলতে ‘গেৰান্টি’ দিছে যে যদি তেওঁলোকে অসমত ক্ষমতাত আহে, তেওঁলোকে এখন আইন আনিব যিয়ে কা-ৰ ৰূপায়ন নস্যাৎ কৰিব।

আছুৰ সভাপতি দীপাংক কুমাৰ নাথে লগতে বিজেপি নেতৃত্বাধীন অসম চৰকাৰক ২০১৬চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা বহুকেইটা প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱাৰ বাবে সমালোচনা কৰে।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd