• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চুক্তিত ভিত্তিবৰ্ষ ১৯৬৬ চনহে আছে বুলি কোৱা হিমন্তক চুক্তিখন ভালকৈ পঢ়ি চাবলৈ আহ্বান সমুজ্জ্বল ভট্টাচাৰ্য্যৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 15, 2020 7:50 am
Himanta Biswa Sarma & Samujjal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৩ জানুৱাৰিত বিশেষ অধিৱেশনৰ সময়ত বিধানসভাৰ মজিয়াত বিভিন্ন অৰ্ধসত্য আৰু অসত্য কথাৰে উদাত্ত ভাষণ দিয়া হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে আছুৱে।

নিজৰ ভাষণত অনেক বিভ্ৰান্তিকৰ কথাৰ লগতে “অসম চুক্তিত বিদেশীৰ বাবে কাট অব ইয়েৰ ১৯৭১ চন বুলি উল্লেখ নাই, তাৰ পৰিৱৰ্তে ১৯৬৬ চনহে আছে” বুলি এটা ভ্ৰান্তিৰ সৃষ্টি কৰিছিল হিমন্তই।

Apply Now

ইয়াৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই অসম চুক্তি ৰূপায়ণ মন্ত্ৰী সোণোৱালৰ হৈ হিমন্ত বিশ্বই অসম চুক্তিৰ অপব্যাখ্যা কৰিছে বুলি সংবাদ মাধ্যমত ইয়াৰ প্ৰতিক্ৰিয়া দিছে।

চুক্তিখনত সকলো কথা স্পষ্টকৈ লিখা আছে বুলি দাবী কৰি ভট্টাচাৰ্য্যই মন্ত্ৰীজনক এনেকুৱা মিছা কথাৰে ভিত্তিবৰ্ষক লৈ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈ সকীয়াই দিয়ে।

চুক্তিখনৰ ৫ নং দফাটো সংবাদ মাধ্যমত পঢ়ি দি আছুৰ উপদেষ্টাজনে কয়, “চুক্তিখনত স্পষ্টকৈ লিখা আছে- ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা বিদেশীক আইন অনুসৰি চিনাক্ত কৰা হ’ব। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ’ব আৰু বহিষ্কাৰ কৰা হ’ব। এনে বিদেশীসকলক বহিষ্কাৰ কৰিবলৈ কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ’ব”।

অসম চুক্তিখনৰ এটা প্ৰতিলিপি হাতত লৈ পঢ়ি শুনাই দিয়াৰ পিছত ভট্টাচাৰ্য্যৰ দাবী, “চুক্তিখনত দুটা ভাগ আছে। এটা হ’ল ৬৬ চনৰ পৰা ৭১। আৰু এটা হ’ল ৭১-ৰ পিছত। ৬৬ চনৰ পৰা ৭১ চনলৈ বিদেশী নাগৰিক চিনাক্ত কৰি চিনাক্ত কৰাৰ তাৰিখৰ পৰা ১০ বছৰলৈ ভোটাধিকাৰ কৰ্তন হ’ব। আৰু ১০ বছৰ শেষ হোৱাৰ লগে লগে তেওঁলোকৰ নাম পুনৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ’ব। এয়া হ’ল চুক্তিখনৰ প্ৰথমখিনি কথা।

আকৌ আনটো কথা হ’ল ৭১-ৰ পিছত অহা বিদেশী চিনাক্তকৰণ হ’ব আৰু ভোটাৰ তালিকাত নামো কৰ্তন হ’ব আৰু বহিষ্কাৰো হ’ব”।

“চুক্তিখনৰ ক’ত ৭১ চনৰ কথা উল্লেখ আছে” বুলি হিমন্তই বিধানসভাৰ ভাষণত কৰা প্ৰশ্নৰ উত্তৰত ভট্টাচাৰ্য্যই কয়, চুক্তিৰ ৫ নং দফাতে গোটেইকেইটা কথা আছে। এই দফাতে দুটা ভাগত ভাগ কৰা আছে।

“গতিকে অসম চুক্তিত ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা অবৈধ বিদেশী হিন্দু, মুছলমান সকলোকে চিনাক্তকৰণ কৰি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি বহিষ্কাৰৰ কথা স্পষ্টকৈ লিখা আছে। আৰু এইটো কথাকে অত দিনে আমি অসমৰ ৰাইজে কৈ আহিছো। চুক্তিৰ ৫ নং দফাত এইবোৰ কথা স্পষ্টকৈ লিখা আছে।”

চুক্তিখন মুখ্য মন্ত্ৰী তথা অসম চুক্তি ৰূপায়ণ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বই ভালকৈ পঢ়ি চোৱা নাই বুলি দাবী কৰে আছুৰ উপদেষ্টাজনে। তেওঁ তেওঁলোকক এইখন ভালকৈ পঢ়ি চাবলৈ আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd