• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আছুৱে নতুন ৰাজনৈতিক দল খুলি মুখ্য মন্ত্ৰীক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই : কামাখ্যা প্ৰসাদ তাচা

টীয়কৰ বিভিন্ন পঞ্চায়তত বিজেপিৰ সাংগঠনিক ও যোগদান সভা

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
November 1, 2020 5:44 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1.5k
VIEWS
Share on FacebookShare on Twitter

বিধানসভা নিৰ্বাচন সমাগত। ইতিমধ্যে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বিজেপি দলে সাংগঠনিক সভা অনুস্থিত কৰি দলৰ স্থিতি সুদৃঢ় কৰাত ব্যস্ত হৈ পৰিছে।

ইতিমধ্যে দূৰ্গা পূজাৰ পূৰ্বে টীয়ক সমষ্টিৰ ১৯খন পঞ্চায়তত সাংগঠনিক সভা অনুস্থিত কৰি তৃণমূল পৰ্যায়ত দলক সবল কৰি তোলাৰ প্ৰয়াস কৰাৰ সমান্তৰালকৈ আজি সমষ্টিটোৰ বামুণপুখুৰী, বলমা, ৰাজৈ বাদুলিপুখুৰী পঞ্চায়তত দলীয় সাংগঠিনক সভা অনুস্থিত কৰি অনাগত দিনত দলৰ কৰণীয়ৰ ওপৰত আলোচনা কৰে।

মণ্ডলৰ সভাপতি, সম্পাদক প্ৰমুখ্যে ৰাজ্যিক তথা জিলা পৰ্য্যায়ৰ কেইবাগৰাকীও দলীয় কৰ্মী উপস্থিত থকা এই সভাসমূহত প্ৰায় ছয় শতাধিক ব্যক্তিয়ে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

উল্লেখযোগ্য যে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই কেইবাখনো দলীয় সভাত উপস্থিত থাকি দলৰ নীতি আদৰ্শ আৰু বিগত চাৰে চাৰিটা বছৰত চৰকাৰে ৰাইজৰ বাবে ৰূপায়ণ কৰা প্ৰতিটো আঁচনিৰ ওপৰত আলোকপাত কৰি আগন্তুক ২১ত বিধানসভাত বিজেপিৰ আসন ১০০+ হোৱাত সকলোকে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়।

সাংসদগৰাকীয়ে কয় যে বিজেপি দলৰ লগত ৰাইজ আছে আৰু প্ৰকৃতাৰ্থত বিজেপি দলটোহে ৰাইজৰ দল।

ইয়াৰ উপৰি বৰ্তমানৰ অন্যতম সফল মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল যিহেতু আছুৰ মজিয়াৰ পৰাই আহিছে সেয়ে আছুৱে নতুনকৈ ৰাজনৈতিক দল খুলি মুখ্য মন্ত্ৰীগৰাকীক সমালোচনা কৰাৰ কোনো নৈতিক অধিকাৰ নাই আৰু নৱগঠিত ৰাজনৈতিক দলসমূহে আগন্তুক নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলাই বুলি তাচাই মন্তব্য কৰে।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd