• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জজ খেলপথাৰৰ মুকলি বিহুৰ বাকৰিৰ পৰাই খিলঞ্জীয়ালৈ সাহস নেহেৰুৱাৰ আহ্বান সমুজ্জ্বল ভট্টাচাৰ্য্যৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 14, 2019 6:37 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ মাৰফতত অসমৰ জাতীয় অস্তিত্ব সংকটাপন্ন হোৱাৰ শংকাত আন্দোলন-প্ৰতিবাদেৰে উত্তপ্ত হৈ পৰা বছৰটোৰ আজি শেষৰটো দিন। এই অন্তিম দিনটোতে খিলঞ্জীয়াক সাহসেৰে আগ বাঢ়ি যোৱাৰ আহ্বান জনালে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্য্যই।

ৰঙালী বিহুৰ আৰম্ভণিৰ দিনাই গুৱাহাটীৰ ঐতিহাসিক জজ খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত মুকলি বিহুৰ বাকৰিৰ পৰাই নৱবৰ্ষত এখন ‘আশাৰ অসম’ৰ কামনাৰে ৰাইজলৈ এই আহ্বান জনাইছে ভট্টাচাৰ্য্যই।

Apply Now

“খিলঞ্জীয়া মানুহৰ মন ভাঙি দিবলৈ এটা চক্ৰই পৰিকল্পিতভাৱে কাম কৰি আছে। কিন্তু বহাগেৰে আৰম্ভ কৰা বছৰটোত আমি আত্মবিশ্বাসেৰে আগ বাঢ়িব লাগিব, যাতে কোনো কাৰণতে আমাৰ মন ভাগি নাযায়”, আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয়।

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত ৪০ লাখ মানুহৰ মাজত মাত্ৰ ১২ লাখ থলুৱা ত্ৰিপুৰীৰ মন ভাগি গৈছিল বুলি কৈ এতিয়া সেইসকল ত্ৰিপুৰীয়ে পুনৰ জাগি উঠিছে বুলি তেওঁ মন্তব্য কৰে।

বিগত বছৰবোৰৰ দৰে ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই মুকলি বিহুত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। বিহু নাচ আৰু বিভিন্ন লোক-কৃষ্টিয়ে উপস্থিত সকলোকে বিমুগ্ধ কৰে। বিহুগীতৰ সুৰ আৰু ঢোলৰ ছেওত ৰ’ব নোৱাৰি বিহুতলীলৈ আগুৱাই গৈ কঁকাল ঘূৰাই নাচিলে লণ্ডনৰ পৰা অহা এগৰাকী পৰ্য্যটকেও।

মুকলি বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত কোকিলকন্ঠী গায়িকা দীপালী বৰঠাকুৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গীত পৰিৱেশন কৰে জনপ্ৰিয় কন্ঠশিল্পী তৰালী শৰ্মা, জুবলি আৰু বৰ্ণালী কলিতাই।

জজ খেলপথাৰৰ এই অনুষ্ঠানতেই ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ পৰিয়াল, পদ্মশ্ৰী ইলিয়াচ আলী, উদ্ধৱ ভৰালী, চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসকে প্ৰমুখ্য কৰি বিগত বৰ্ষত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুনাম অৰ্জন কৰা অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ আছুৰ তৰফৰ পৰা সম্বৰ্ধনা জনায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd