• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্তঃগাঁথনিৰ অভাৱে শিক্ষা নীতি অসাৰ কৰিব: আছু

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2020 11:07 pm
AASU on India's New Education Policy 2020

প্ৰতীক আছুৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰই গ্ৰহণ কৰা নতুন শিক্ষা নীতি ২০২০ সন্দৰ্ভত বৃহস্পতিবাৰে কয় যে তলৰ পৰা ওপৰলৈ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনিৰ অভাৱে সুফল পোৱাত অন্তৰায় সৃষ্টি কৰিব।

এই সন্দৰ্ভত ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে দিয়া বিবৃতিৰ সাৰাংশ আগবঢ়োৱা হ’ল—

Apply Now

নতুন শিক্ষা নীতিৰ খচৰাৰ ওপৰত আছুৱে বহু বিশেষজ্ঞৰ মতামত গ্ৰহণ কৰিছে। খচৰাখনৰ বিৰুদ্ধে গোটেই দেশতে জনমত গঢ়ি উঠিছিল। প্ৰায় দুইলাখৰো অধিক আপত্তি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বিভিন্ন ৰাজ্য চৰকাৰ, সংগঠন আৰু ব্যক্তিয়ে দাঙি ধৰিছিল।

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শিক্ষা নীতিৰ পৰা জনা গ’ল যে জনসাধাৰণৰ মতামতক বিশেষ গুৰুত্ব দিয়া নহ’ল। নতুন নীতিয়ে চৰকাৰী বিদ্যালয় আৰু ব্যক্তিগত বিদ্যালয়ৰ মাজত ব্যৱধান বহুখিনি বৃদ্ধি কৰিলে।

অসমত এতিয়াও হাজাৰ বিজাৰ বিদ্যালয়ত আহল-বহল কোঠা নাই, সা-সামগ্ৰী নাই, প্ৰতিটো শ্ৰেণীৰ বাবে একোজন শিক্ষক নাই—তেনে পৰিৱেশত উপযুক্ত মানসিকতাৰ শিশুক গঢ় দিয়াৰ নীতি সপোনৰ বাদে একো নহয়।

শিক্ষা নীতিত আকৌ কোৱা হৈছে যে বিভিন্ন বিদ্যালয়ৰ সা-সুবিধা আৰু শিক্ষকৰ মাজত এটা বিনিময় প্ৰক্ৰিয়া চলিব। চুকে-কোণে থকা বিদ্যালয়সমূহৰ অৱস্থা নজনাসকলেহে এনেবোৰ নীতি প্ৰস্তুত কৰিব পাৰে।

শিক্ষা নীতিত এইটোও কোৱা হৈছে যে একোখন চৰকাৰী বিদ্যালয়ক একোখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত সাঙুৰি দিয়া হ’ব।…কেনেদৰে সাঙুৰি দিয়া হ’ব বোধগম্য নহয়।…আঁৰত কি উদ্দেশ্য আছে সেয়াও বোধগম্য নহয়।

শিক্ষা নীতিৰ জৰিয়তে এটা কেন্দ্ৰীভূত ব্যৱস্থা গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে। ভাৰতবৰ্ষ এখন ফেডাৰেল গাঁথনিৰ ৰাষ্ট্ৰ। কিন্তু বৰ্তমান চৰকাৰখনে সকলো কথাতে এটা কেন্দ্ৰীভূত চিন্তা জাপি দিবলৈ চেষ্টা কৰি আহিছে।

সকলো স্তৰতে উপযুক্ত আন্তঃগাঁথনি গঢ়ি নোতোলাকৈ শিক্ষা নীতি জাপি দিব বিচাৰিলে তাৰপৰা সুফল পোৱা নাযায়।

ছাত্ৰ সন্থাই পুনৰ দাবী উত্থাপন কৰে যে সকলো আঁচনিৰ বাবে পৰ্য্যাপ্ত ধন যোগান ধৰি কাৰ্য্যকৰী ব্যৱস্থাৱলী ৰাজ্য চৰকাৰৰ ওপৰত দায়িত্ব অৰ্পণ কৰা উচিত।

উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰৰ অধীন শিক্ষানুষ্ঠান আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীন শিক্ষানুষ্ঠানৰ মাজত ব্যাপক ব্যৱধান ৰাখিব বিচৰা হৈছে। ই সামগ্ৰিক বিকাশৰ পৰিপন্থী ব্যৱস্থা।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ লগত জৰিত বিশেষজ্ঞক জৰিত নকৰাৰ বাবে অঞ্চলটোৰ সমস্যাৱলীয়ে শিক্ষা নীতি প্ৰস্তুত কৰোঁতে বিশেষ ঠাই নাপালে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd