• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

’কা’ বাতিলৰ দাবীত মাৰ্ঘেৰিটা, টীয়কৰ কলিয়াপানীত আছুৰ মানৱ শৃংখল

মানস প্রতীম গগৈ/নির্মলেন্দু পাঠক by মানস প্রতীম গগৈ/নির্মলেন্দু পাঠক
February 2, 2020 6:46 am
Screenshot_2020-02-01-17-10-01_1

টীয়কৰ কলীয়াপানীত আছুৰ মানৱ শৃংখল। ফটো: নৰ্থইষ্ট নাও

355
VIEWS
Share on FacebookShare on Twitter

দেশৰ বিভিন্ন অংশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ’কা’ বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হৈ অহাৰ বিপৰীতে শনিবাৰে নাগৰিকত্ব সংশোধনী আইন (কা) বাতিলৰ দাবীত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

জাতিধংসী আইনখনৰ বাতিলৰ দাবীত আছুৰ মাৰ্ঘেৰিটা আঞ্চলিকৰ সভাপতি চিন্তু গগৈ আৰু ভাৰপ্ৰাপ্ত সম্পাদক ৰুপম বৰুৱাৰ নেতৃত্বত উত্তৰ মাৰ্ঘেৰিটা ৰংগ মঞ্চত “মানৱ শৃংখল“ কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয়।

প্ৰতিবাদকাৰীসকলে ’কা’ বাতিল কৰক, জয় আই অসম, বিজেপি গ’ বেক আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

আছু নেতৃবৃন্দই জাতি মাটি ভেটিৰ সুৰক্ষাৰ শ্ল’গানেৰে ক্ষমতালৈ অহা ৰাজ্য চৰকাৰখনৰ ভূমিকাক তীব্ৰ সমালোচনা কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আইনখন বাতিলৰ দাবী জনায়।

আনহাতে, আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত যোৰহাট জিলাৰ টীয়কৰ কলিয়াপানী আদৰ্শ গাঁৱতো শনিবাৰে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা, জুপিতাৰ ক্ৰিকেট ক্লাৱ তথা আদৰ্শগাঁওবাসী ৰাইজৰ সহযোগত আদৰ্শ গাঁৱৰ খেলপথাৰত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰা হয়।

IMG-20200201-WA0011
মাৰ্ঘেৰিটাত আছুৰ মানৱ শৃংখল। ফটো: নৰ্থইষ্ট নাও

টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰীতমজ্যোতি শইকীয়াই আঁত ধৰা মানৱ শৃংখল কাৰ্যসূচীত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ, প্ৰাক্তন ছাত্ৰ নেতা সৌৰভ বৰা, টীয়ক শাখা সাহিত্য সভাৰ সম্পাদক প্রশিল কুমাৰ বৰা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, সচেতন মহিলা ৰশ্মি ভট্টাচাৰ্য্য, গাঁৱৰ সচেতন ব্যক্তি লক্ষেশ্বৰ বৰাই কা বিৰোধিতাৰে বক্তব্য প্ৰদান কৰে।

প্ৰতিবাদকাৰীসকলে সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, কা আমি নামনো, বিজেপি গ’ বেক, অসম চৰকাৰ হুচিয়াৰ, ক’লা আইন বাতিল কৰক, সাম্প্ৰদায়িক ৰাজনীতি নচলিব আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে।

তিনি শতাধিকৰো অধিক ৰাইজ সমবেত হোৱা মানৱ শৃংখল কাৰ্যসূচীত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ নৰেশ গোস্বামী, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱা, টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি পাৰ্থ প্ৰতিম চুতীয়াকে ধৰি স্থানীয় ৰাইজ সমবেত হয়।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd