DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভূমি: অসম চৰকাৰৰ প্ৰস্তাৱৰ বিৰুদ্ধে টীয়কত আছুৰ প্ৰতিবাদ, দল-সংগঠনৰ প্ৰতিক্ৰিয়া

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
July 2, 2020 7:05 pm
AASU protests against Assam Govt proposed land ordinance in Teok
526
VIEWS
Share on FacebookShare on Twitter

কৃষিভূমি অকৃষিজাত কামৰ বাবে সলনিৰ ক্ষেত্ৰত অসম চৰকাৰৰ কেবিনেটৰ প্ৰস্তাৱত জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা।

এই সিদ্ধান্তক খিলঞ্জীয়াবিৰোধী বুলি অভিহিত কৰি বৃহস্পতিবাৰে টীয়কৰ মিধাখাট তিনিআলিত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই চুতীয়া জাতি ছাত্ৰ সন্থা টীয়ক আঞ্চলিকৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰে।

লকডাউনৰ নীতি-নিয়মৰ মাজেৰে সামাজিক দূৰত্ব বজাই ৰাখি অসম চৰকাৰৰ খিলঞ্জীয়াবিৰোধী ভূমি নীতিৰ বিৰোধিতাৰে এই ভূমিনীতিৰ প্ৰতিলিপি দাহ কৰে।

লগতে কেবিনেটে অনুমোদন জনোৱা এই ভূমিনীতিক বাতিল কৰি খিলঞ্জীয়াৰ পক্ষত থিয় দিবলৈ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰক দাবী জনায়।

সদৌ অসম ছাত্ৰ সন্থাই নহ’লে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে।

ইফালে বীৰ লাচিত সেনা, যোৰহাট জিলা শাখায়ো ইয়াৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে।

ক্ষুদ্ৰ উদ্যোগক সকাহ দিয়াৰ নামত অসম চৰকাৰে এই সিদ্ধান্তৰ যোগেদি খিলঞ্জীয়াৰ হাতত থকা ভূমি অনা-অসমীয়া বনিয়াৰ হাতত গতাই দিয়াৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ উঠিছে।

জাতি-মাটি-ভেটিৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাইছে বিভিন্ন দল, সংগঠন তথা সচেতন মহলে।

উদ্যোগ স্থাপনৰ নামত খিলঞ্জীয়াৰ হাতত থকা ভূমি অনা অসমীয়া বনিয়াই কোনো কাৰণতে যাতে ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে প্ৰয়োজন হ’লে তীব্র গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে বীৰ লাচিত সেনাই।

Recent News

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd