• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত বিজেপিৰ নৱনিযুক্ত মন্ত্ৰী যোগেন মহনক আছুৰ ক’লা পতকা প্ৰদৰ্শন

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , January 19, 2020 4:38 pm

1 min read

শিৱসাগৰত বিজেপিৰ নৱনিযুক্ত মন্ত্ৰী যোগেন মহনক আছুৰ ক’লা পতকা প্ৰদৰ্শন
2.2k
VIEWS
Share on FacebookShare on Twitter

আজি শিৱসাগৰৰ গৌৰিসাগৰত বিজেপিৰ নৱনিযুক্ত মন্ত্ৰী যোগেন মহনক কলা পতাকা প্ৰদৰ্শন কৰে আছুৱে। গুৱাহাটীৰ পৰা নিজ সমষ্টিলৈ আহি থকা অৱস্থাত শিৱসাগৰ জিলাৰ গৌৰিসাগৰৰ মিতং দলঙত যোগেন মহন ক’লা পতকাৰ সন্মুখীন হ’বলগীয়া হয়।

মন্ত্ৰী গৰাকীয়ে নিজ গৃহলৈ আহি থকাৰ খবৰ লাভ কৰি পূৰ্বৰে পৰা তাত ৰৈ থকা আছুৰ শিৱসাগৰ জিলা সমিতিৰ শতাধিক সদস্যই তেওঁক ক’লা পতাকা প্ৰদৰ্শন কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয়, ‘বিজেপিৰ নৱনিযুক্ত মন্ত্ৰী যোগেন মহনে নাগৰিকত্ব (সংশোধন) আইন সমৰ্থন কৰি নাগপুৰৰ ওচৰত আঠু লৈছে তাৰ বিৰোধিতাৰে আজি তেওঁক ক’লা পতকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰিছো।’

যেতিয়ালৈকে ‘কা’ বাতিল নহয় আৰু বিজেপিৰ মন্ত্ৰী বিধায়কে ৰাইজৰ আৱেগ অনুভূতিক সন্মান নকৰে তেতিয়ালৈকে এইদৰে তেওঁলোক প্ৰতিবাদৰ সন্মুখীন হৈ থাকিব বুলি আছু নেতা গৰাকীয়ে মন্তব্য কৰে।

উল্লেখযোগ্য যে শনিবাৰে মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন আৰু নিতিচুকীয়াৰ সমষ্টিৰ বিধায়ক সঞ্জয় কিষাকে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd