• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফেব্ৰুৱাৰিত আছুৱে অংকুৰিত কৰিব ‘দ্বিতীয়টো ৰাজনৈতিক দল’

অনুপ শৰ্মা by অনুপ শৰ্মা
January 16, 2020 10:03 am
AASU
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক নতুন ইতিহাস ৰচিবলৈ সাজু হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছু। ৩৫ বছৰীয়া এক দীঘলীয়া অন্তৰালৰ মূৰত দ্বিতীয়টো ৰাজনৈতিক দলৰ বীজ ৰোপনৰ দিশে আগবাঢ়িছে সংগঠনটো।

অসমত নতুন বিকল্প আঞ্চলিক ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়াটো আছুৱে আগবঢ়াই লৈ যাব বুলি বুধবাৰে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে।

Apply Now

ভোগালী বিহুৰ দিনাই আছুৰ সভাপতি দীপাংক কুমাৰ নাথে নতুন ৰাজনৈতিক দল গঠনৰ পদক্ষেপ ফেব্ৰুৱাৰি মাহৰ পৰা আৰম্ভ হ’ব বুলি কয়।

‘অসমৰ মানুহে বিকল্প ৰাজনৈতিক শক্তিৰ কথা কৈ আছে আৰু আমি ফেব্ৰুৱাৰি মাহৰ পিছত এই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাম’, নাথে গোৱালপাৰাত এই মন্তব্য কৰে।

আজি আছুৱে ৰাজ্যজুৰি বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনখনৰ প্ৰতিলিপি মেজিৰ জুইত দাহ কৰি ব্যতিক্ৰমী ৰূপত প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে ঐতিহাসিক অসম আন্দোলনৰ পিছতে আছুৱে ১৯৮৫ চনত অসম গণ পৰিষদ (অগপ)ৰ জন্ম দিছিল।

অসমত দুবাৰকৈ শাসনত আছিল অগপ। কিন্তু দলটোৱে অবৈধ বাংলাদেশীক চিনাক্ত কৰি বহিস্কাৰ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছিল।

আছুৱে অসমত বিগত তিনিটা দশক ধৰি বিভিন্ন ৰাজনৈতিক নেতাৰ জন্ম দি আহিছে। এই কালছোৱাতে ছাত্ৰ সংগঠনটোৱে জন্ম দিছে দুজনকৈ মুখ্য মন্ত্ৰী- প্ৰফুল্ল কুমাৰ মহন্ত আৰু সৰ্বানন্দ সোণোৱাল।

মুখ্য মন্ত্ৰী দুগৰাকীৰ উপৰি সংগঠনটোৰ দুই দজনতকৈও অধিক প্ৰাক্তন নেতাই অগপ, বিজেপিৰ লগতে কংগ্ৰেছৰ শাসন কালত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।

উল্লেখ্য যে অগপ গঠনৰ ৩৫ বছৰ পাছত আছুৱে অসমত এক সাংঘাটিক ৰাজনৈতিক পট পৰিৱৰ্তনৰ গোন্ধ পাইছে, বিশেষকৈ বিজেপিৰ কা সন্দৰ্ভত স্থিতি দেখি।

‘কাৰ বিৰুদ্ধে যুঁজিবলৈ হ’লে এক বিকল্প ৰাজনৈতিক শক্তিৰ প্ৰয়োজনবোধ কৰিছে বুদ্ধিজীৱি আৰু শিল্পীসমাজে’। এইদৰে কয় নাথে।

নাথে লগতে কয় যে অসমৰ ৰাইজে কাৰ বিৰোধিতা কৰিছে কিন্তু ৰাজ্য চৰকাৰ আৰু তেওঁলোকৰ সহযোগীসকলে নতুন দিল্লীৰ হেচাত আত্মসমৰ্পণ কৰি আইনখন বলপূৰ্বকভাৱে আমাক জাপি দিব বিচাৰিছে।

ইফালে মাঘ বিহুৰ পিছতেই সংশোধিত আইনখনৰ বিৰুদ্ধে পুনৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও সভাপতিগৰাকীয়ে উল্লেখ কৰে।

তেওঁ কয়, ’১৭ জানুৱাৰিত আমি বৈঠকত মিলিত হ’ম আৰু তাৰ পিছতেই পৰৱৰ্তি কাৰ্যসূচী ঘোষণা কৰা হ’ব’।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd