• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষ্ণাই আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত অঞ্চলটোত সাহায্য বিতৰণ, সজাগতা অভিযান

NE NOW NEWS নীলমনি শর্মা
কৃষ্ণাই , April 12, 2020 11:53 am

1 min read

IMG_20200411_122720

ফটো: নৰ্থইষ্ট নাও

6.1k
VIEWS
Share on FacebookShare on Twitter

একৈশ দিনীয়া লকডাউনত গৃহবন্দী কৃষ্ণাই অঞ্চলৰ বহু সম্বলহীন পৰিয়ালৰ বাবে যেন আশাৰ কিৰণ হৈ উজলি উঠিছে কৃষ্ণাই আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্ব ৷

কৃষ্ণাই আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে হেজাৰ ব্যস্ততাৰ মাজতো দুৰ্গত জনতাৰ মাজত চলাই গৈছে সাহায্য অভিযান ৷ সমান্তৰালকৈ তেওঁলোকে ৰাইজক কৰ’নাৰ বিষয়ে সজাগো কৰিছে।

ছাত্ৰ সন্থাৰ এই মহৎ কাৰ্যত সহায় কৰিছে স্থানীয় এদল যুৱকে ৷

ছাত্ৰ সন্থাৰ নেতৃত্বতে বিগত ১৭ টা দিনে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বিভিন্ন গাৱঁত সাহায্য প্ৰদান চলি আছে। অঞ্চলটোৰ বহু গাঁৱত সচেতন যুৱকেও ছাত্ৰ সংগঠন টোক এই সাহায্য বিতৰণত সহায় কৰি আহিছে।

খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ একোটিকৈ টোপোলা শনিবাৰে দলটোৱে পাইকান বৰজুলী গাঁৱত বিতৰণ কৰে ৷

ইপিনে, শনিবাৰে দুপৰীয়া ভাগত কৃষ্ণাই উন্নয়ন খণ্ডৰ গাণনিক সাধনা দেবীয়ে ৰাজ্য চৰকাৰৰ আহ্বান অনুসৰি পাইকান অঞ্চলৰ কেইবাজনো দুখীয়া লোকক কিছু পৰিমানে খাদ্য সামগ্ৰীৰ লগতে একাংশক নগদ ধনো প্ৰদান কৰে ৷

বিভিন্ন দল-সংগঠনৰ লগতে চৰকাৰী কৰ্মচাৰী সকলে অব্যাহত ৰখা এই সাহায্য অভিযানৰ ৰাইজে উচ্চ প্ৰশংসা কৰিছে ৷

Recent News

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd