DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতৰ লখৌজান চাহ বাগিচাত আটছাৰ প্ৰতিবাদ

উত্তম শইকীয়া by উত্তম শইকীয়া
August 27, 2020 8:58 pm
AATTSA protests in Bokakhat’s Lakhoujan tea estate, demands wage hike of workers
166
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই বৃহস্পতিবাৰে বোকাখাতৰ লখৌজান চাহ বাগিচাত শ্ৰমিকৰ মজুৰি বৃদ্ধিকে ধৰি বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আটছা বোকাখাত শাখাই লখৌজান চাহ বাগিচাৰ প্ৰাথমিক গোটৰ সহযোগত বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ জনায়।

মূলতঃ চাহ শ্ৰমিকৰ নিম্নতম দৈনিক মজুৰি ৩৫১ টকা কৰা, শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

প্ৰতিবাদী কাৰ্যসূচীৰ শেষত বাগিচাখনৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত পৰিচালকৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়৷

প্রতিবাদী কার্যসূচীত ছাত্ৰ সংগঠনটোৰ গোলাঘাট জিলাৰ সম্পাদক কুমুদ কালিন্দী, বোকাখাত শাখাৰ সভাপতি সুৰজিৎ পাইক, সম্পাদক অমৃত সাগৰ, বোকাখাত শাখাৰ সম্পাদক কিষান তাঁতী, নুমলীগড় উপ-শাখাৰ সভাপতি-সম্পাদক, লখৌজান চাহ বাগিচাৰ বাগিচা সংঘৰ সভাপতি  আশীষ বাউৰী, সম্পাদক লক্ষ্মণ বাউৰীৰ লগতে আটছাৰ বিষয়ববীয়া আৰু লখৌজান চাহ বাগিচাৰ ৰাইজ উপস্থিত থাকে৷

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd