DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিভাগৰ কাৰ্যালয় কক্ষতে চিপ লৈ আত্মহত্যা অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
May 12, 2020 1:14 pm
noose
15.8k
VIEWS
Share on FacebookShare on Twitter

যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ শস্যবিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপকে আত্মহত্যা কৰিছে।

বিশ্ববিদ্যালয়খনৰ নিজা বিভাগৰ কাৰ্যালয় কক্ষতে চিপ লৈ আত্মহত্যা কৰাৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে অধ্যাপক অভিজিৎ শৰ্মা নামৰ অধ্যাপকগৰাকীৰ মৃতদেহ।

বিশ্ববিদ্যালয়খনৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে খিৰিকীৰে অধ্যাপক শৰ্মাক চিপ লৈ থকা অৱস্থা দেখা পাই লগে লগে কৰ্তৃপক্ষক অৱগত কৰে।

বিশ্ববিদ্যালয়খনৰ পুৰণি আৱাসৰ ১৫ ইউনিটৰ আৱাসী অধ্যাপক শৰ্মাই পুৱা ৮ বজাত কাৰ্যালয়লৈ আহি আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে।

শৰ্মাই পত্নীৰ সৈতে দুগৰাকী কন্যা সন্তান এৰি থৈ গৈছে।

অধ্যাপক শৰ্মাই চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাত বিশ্ববিদ্যালয়খনৰ সকলোৱে হতভম্ব হৈ পৰিছে।

এক সূত্ৰৰ মতে শৰ্মাৰ এনে চৰম পন্থা ল’বলগীয়া কোনো কাৰণ নাছিল।

“কিছুদিন পূৰ্বে দিন পূৰ্বে তেওঁ এখন নতুন গাড়ী ক্ৰয় কৰিছিল আৰু তেওঁ জীৱনবোধসম্পন্ন লোক আছিল। তেওঁৰ সকলোৰে সৈতে বন্ধুত্বসুলভ সম্পৰ্ক আছিল।” সূত্ৰটোৱে কয়।

সূত্ৰটোৰ মতে শৰ্মা এগৰাকী মেধাবী ব্যক্তি আছিল। ইতিমধ্যে শৰ্মাৰ কেবাখনো গ্ৰন্থ প্ৰকাশো পাইছে।

“একাডেমিক বিষয়ত তেওঁ কেতিয়াও আপোচ কৰা নাছিল।” সূত্ৰটোৱে লগতে কয়।

ইতিমধ্যে তেওঁৰ মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd