• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এবিএমছুৰ মুকলি সমৰ্থনত কোকৰাঝাৰত সম্ভাৱনা বৃদ্ধি “হীৰা” ওৰফে নৱ শৰণীয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 16, 2019 6:00 pm
Naba Saraniya

অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ পিছত সংবাদ মধ্যমৰ আগত সাংসদ নৱ শৰণীয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইবা কোণীয়া জটিল নিৰ্বাচনী সমীকৰণৰ সমষ্টি কোকৰাঝাৰত এবিএমছুৱে মুকলি সমৰ্থন ঘোষণা কৰাৰ পিছতে নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াৰ পাল্লা ভাৰী হোৱাৰ পথত। যোৱা নিশা সদৌ বড়োলেণ্ড সংখ্যালঘু ছাত্ৰ সংস্থা (এমছু)ই শৰণীয়ালৈ সমৰ্থন আগ বঢ়াই মুকলিকৈ ঘোষণা কৰিছিল।

সংগঠনটোৰ নেতৃত্বই কয় যে নিৰ্বাচন সম্পৰ্কত স্পষ্ট নিৰ্দেশনা নোহোৱা বাবে সংগঠনটোৰ একাংশই কংগ্ৰেছ, বি পি এফ বা অন্যান্য ৰাজনৈতিক দল, প্ৰাৰ্থীক সমৰ্থন কৰি থকা দেখা গৈছিল। সংগঠনটোৰ নাম লৈ সংগঠনৰ কিছু সংখ্যক প্ৰাক্তন বা বহিষ্কৃত নেতাই ৰাজনৈতিক প্ৰচাৰ কৰাটো গৰিহণা দিয়ে সংগঠনটোৰ নেতৃত্বই। লগতে এনে কামৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

Apply Now

ইপিনে নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াই এবি এমছুৰ পৰা সমৰ্থন লাভ কৰাৰ পিছতে যথেষ্ট সকাহ অনুভৱ কৰে। তেওঁ ছাত্ৰ সংগঠনটোক তেওঁলোকে আগবঢ়োৱা সমৰ্থনৰ বাবে ধন্যবাদো জনায়।

নৱ শৰণীয়া ওৰফে হীৰা ৫ নং লোকসভা সমষ্টিটোৰ বৰ্তমানৰো সাংসদ। যোৱাবাৰ তেওঁ প্ৰায় চাৰে তিনি লাখ ভোটৰ ব্যৱধানত জয়ী হৈছিল।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত নিৰ্দলীয় শৰণীয়াই ৬,৩৪,৪২৮ ভোট লাভ কৰিছিল। দ্বিতীয় স্থানত থকা আনজন নিৰ্দলীয় প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই ভোট পাইছিল ২৭৮৬৪৯টা। বি পি এফৰ চন্দন ব্ৰহ্ম ২৪৩,৭৫৯টা ভোটেৰে তৃতীয়ত ৰৈছিল।

বি পি এফে এইবাৰ প্ৰমীলাৰাণী ব্ৰহ্মক থিয় কৰোৱাৰ উপৰি য়ু পি পি এল (United People’s Party Liberal)ৰ পৰা উঠিছে যোৱাবাৰ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি দ্বিতীয় স্থানত ৰোৱা উৰ্খাও গৌৰা ব্ৰহ্ম, কংগ্ৰেছে টিকট দিছে শব্দৰাম ৰাভাক। এ আই য়ু ডি এফে ইতিপূৰ্বে উৰ্খাও গৌৰা ব্ৰহ্মলৈ সমৰ্থন ঘোষণা কৰিছিল।

সমষ্টিটোত অহা ২৩ এপ্ৰিলত তৃতীয় পৰ্য্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। মুঠ ভোটাৰ আছে ১৭,৪৮,৮৬৫গৰাকী।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd