• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংসদত থিয় হৈ ‘অসংসদীয়’ কটুক্তি; কংগ্ৰেছ সাংসদ গৌৰৱক লক্ষ্য কৰি বিতৰ্কত অভিজিৎ গংগোপাধ্যায়

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 25, 2024 7:55 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমবাৰৰ বাবে সংসদত ভাষণ দি বিতৰ্কত লিপ্ত হৈ পৰিছে পশ্চিমবংগৰ তামলুকৰ বিজেপি সাংসদ অভিজিৎ গংগোপাধ্যায়। বাজেট সন্দৰ্ভত বিতৰ্কৰ সময়ত অসমৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ সৈতে তীব্ৰ তৰ্কত লিপ্ত হয়। সেই সময়ত বিজেপিৰ সাংসদজনে ‘ষ্টুপিড’ বুলি কৈছিল। অভিজিতৰ কথাৰ অসমীয়া অনুবাদ কৰিলে হয়, “মূৰ্খৰ দৰে কথা নকব।”

মঙলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰে। বুধবাৰে সংসদত তাক লৈ আলোচনা অনুষ্ঠিত হয়। বিৰোধীয়ে দাবী কৰে যে বাজেট ইমান জনপ্ৰিয় নহয়। সাংসদ হোৱাৰ পিছত বিজেপিৰ সাংসদ অভিজিৎ গংগোপাধ্যায়েও প্ৰথমবাৰৰ বাবে বাজেট আলোচনা সভাত ভাষণ দিয়ে।

তেওঁৰ ভাষণৰ সময়ত বিৰোধী শিবিৰৰ পৰা বিভিন্ন মন্তব্য আৰম্ভ হৈছিল। সেই কথাতেই প্ৰাক্তন ন্যায়াধীশজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। হঠাতে তেওঁ ‘ষ্টুপিড’ শব্দটো ব্যৱহাৰ কৰিলে। যাৰ অৰ্থ ‘মূৰ্খ’। ইয়াৰ পিছতে ৰাহুল গান্ধীক সমালোচনা কৰি বিজেপি সাংসদগৰাকীয়ে কয় যে, “ৰাহুল গান্ধীয়ে ভগৱান শিৱৰ আশ্ৰয় লোৱাৰ পৰিৱৰ্তে মানুহৰ আশ্ৰয় লোৱা উচিত।”

Apply Now

লগতে পঢ়কঃবাজেটত মাত্ৰ এবাৰহে ৰেলৰ উল্লেখ; বন্দে ভাৰতক গুৰুত্ব দিবলৈ গৈ নিম্ন আয়ৰ লোকসকলক অবহেলাৰ অভিযোগ

তাতেই কংগ্ৰেছৰ সাংসদসকল উত্তেজিত হৈ পৰিল। প্ৰতিবাদ কৰিবলৈ লৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ সৈতে অভিজিত তৰ্ক-বিতৰ্কত লিপ্ত হয়। তেওঁ কয়, “ভগৱানেও নাজানে, গান্ধীয়েও নাজানে। মূৰ্খৰ (ষ্টুপিড)দৰে কথা নকব।”

‘ষ্টুপিড’ এটা অসংসদীয় শব্দ। বিৰোধীয়ে অধ্যক্ষ ওম বিৰলাক লোকসভাৰ কাৰ্য্যবিৱৰণীৰ পৰা এই শব্দ আঁতৰাই দিবলৈ দাবী জনায়। প্ৰথমে বিবেচনাৰ আশ্বাস দিয়ে। আৰু পিছত অধ্যক্ষই সেয়া বাদ দিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে অভিজিৎ গংগোপাধ্যায় কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সময়তে তেওঁ আকস্মিক ঘোষণা কৰে। তেওঁ ন্যায়াধীশ পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। তেনেকৈয়ে পদত্যাগো কৰিলে। কিছুদিন পিছত গেৰুৱা শিবিৰৰ পতাকা তুলি লয়। লোকসভা নিৰ্বাচনত তেওঁক তামলুকৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল বিজেপিয়ে।

লগতে পঢ়কঃ সংসদৰ বৈঠকৰ পূৰ্বে বাজেটৰ বিৰুদ্ধে প্ৰতিবাদ; মোদীৰ উপস্থিতিৰ দাবী ইণ্ডিয়া মিত্ৰজোঁটৰ

নিৰ্বাচনৰ সময়তো তেওঁ বিতৰ্কত লিপ্ত হৈ পৰিছিল। কুৰুচিকৰ মন্তব্যৰে  মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আক্ৰমণ কৰিছিল। নিৰ্বাচন আয়োগৰ ওচৰতো অভিযোগ দাখিল হৈছিল। অৱশেষত অভিজিতে বিৰোধীক পৰাস্ত কৰি তামলুকত জয়ী হৈছিল। জয়ী হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে সংসদত ভাষণ দিয়াৰ সময়তো বিতৰ্কৰ মাজত সোমাই পৰিল প্ৰাক্তন ন্যায়ধীশগৰাকী। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd