• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিজন অসমীয়াৰ বুকুৰ মাজত ৰৈ যোৱা সেই গানবোৰ, সেই সুৰবোৰ-

অসমৰ সংগীত জগত ভোতাতৰা হৈ জিলিকাই ৰখা দীপালী বৰঠাকুৰৰ বিষয়ে-

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2018 5:39 pm
Dipali Borthaku

দীপালী বৰঠাকুৰ। ফাইল ফটো।

33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সংগীত জগতখন স্বকীয় সুৰ আৰু স্বকীয় গীতৰ পোহৰেৰে জিলিকাই ৰখা দীপালী বৰঠাকুৰৰ আজি দেহাৱসান ঘটে। বহুদিন অসুস্থ হৈ থকা শিল্পীগৰাকীৰ মৃত্যু অস্বাভাৱিক নহয় যদিও প্ৰতিজন অসমীয়াই আজি শিল্পীগৰাকীৰ মৃত্যু গভীৰ মৰ্মবেদনা অনুভৱ কৰাটোও সমানেই স্বাভাৱিক।

এই আৱেগিক মুহূৰ্তত আমি অসাধাৰণ শিল্পীগৰাকীৰ জীৱনৰ ওপৰত সামান্য আলোকপাতৰ প্ৰয়াসেৰে তেওঁৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ তথ্য আগ বঢ়ালো-

Apply Now

দীপালী বৰঠাকুৰৰ-

  • জন্ম : ১৯৪১ চনৰ ৩০ জানুৱাৰিত, শিৱসাগৰ জিলাৰ সোণাৰিৰ নীলমনি বাগিচাত।
  • দেউতাকৰ নাম : বিশ্বনাথ বৰঠাকুৰ
  • মাকৰ নাম : চন্দ্ৰকান্তি বৰঠাকুৰ

১৯৫৮ চনত নৱম শ্ৰেণীৰ ছাত্ৰী হৈ থাকোঁতেই তেওঁ কণ্ঠদান কৰিছিল ‘বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা…’ শীৰ্ষক গীতত।

ইয়াৰ পাছতে তেওঁৰ কণ্ঠৰ আৱেদনময়তাই বিপুল সমাদৰ লাভ কৰে। ক্ৰমে তেওঁ বহুকেইটা কালজয়ী গীত গাই অসমৰ সংগীতপ্ৰেমীৰ হৃদয়ত আছুতীয়া ঠাই দখল কৰে।

কিন্তু দুৰ্ভাগ্যৰ কথা যে কটন কলেজৰ পৰা প্ৰি-য়ু পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সময়তে শিল্পীগৰাকী বিৰলপ্ৰায় মটৰ নিউৰন (Motor Neuron) ৰোগত আক্ৰান্ত হয় আৰু গান গাব নোৱৰা হয়।

বিবাহ : ১৯৭৬ চনত অসমৰ আন এজন খ্যাতিমান ব্যক্তি চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ হয়।

তেওঁ কণ্ঠদান কৰা কেইটামান বিখ্যাত আৰু জনপ্ৰিয় গীত হ’ল-

  • ‘চেনাই মই যাওঁ দেই’
  • ‘অ’ বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা’
  • ‘সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই’
  • ‘জোনধনে জোনালীতে’
  • ‘কণমান বৰশীৰে চিপ’
  • ‘আগলি বাঁহৰে লাহৰী গগনা’
  • ‘আগলি কলাপাত লৰে কি চৰে’
  • ‘ডালে ডালে গাই কুলি বুলবুলি’
  • ‘কোন সেই ৰূপৱতী যায়’

বঁটা-বাহন আৰু স্বীকৃতি-

  • দীপালী বৰঠাকুৰক অসমৰ নাইটিংগেল বুলি কোৱা হয়।
  • ১৯৯৮ চনত দীপালী বৰঠাকুৰে পদ্মশ্ৰী সন্মান লাভ কৰে।
  • ২০০৭ চনত ‘লিঅ’ এক্সপো শিল্পী সন্মান লাভ কৰে।
  • ২০১০ চনত অসম চৰকাৰৰ শিল্পী বঁটা লাভ কৰে।
  • ২০১২ চনত আইদেউ সন্দিকৈ শিল্পী বঁটা লাভ কৰে।
  • তেওঁ অসম চৰকাৰৰ শিল্পী পেন্সনো লাভ কৰিছিল।
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd