• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আদৰণি নিখিল বড়ো ছাত্ৰ সন্থাৰ

Rinoy Basumatary ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , February 3, 2020 7:37 pm

1 min read

prime-minister-narendra-modi-759-750x375

প্রধান মন্ত্রী নৰেন্দ্ৰ মোদী। ফাইল ফটো

385
VIEWS
Share on FacebookShare on Twitter

অহা ৭ ফেব্ৰুৱাৰিৰ অসম ভ্ৰমণলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাইছে নিখিল বড়ো ছাত্ৰ সন্থাই।

যোৱা ২৭ জানুৱাৰিত বি টি আৰ চুক্তি সম্পাদন কৰা বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ দি আজি সংবাদ মাধ্যমলৈ সংগঠনটোৱে এটা প্ৰেছ বিবৃতি প্ৰেৰণ কৰিছে।

চুক্তিখনক লৈ সংগঠনটো সন্তুষ্ট আৰু ৭ ফেব্ৰুৱাৰিত কোকৰাঝাৰত অনুষ্ঠিতব্য জানক্ৰিথাই ফাথাৰলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাইছে, বিবৃতিটোত কোৱা হয়।

“এবছুৱে বিশ্বাস কৰে যে বড়োলেণ্ড অঞ্চলৰ সকলো ৰাইজ আৰু চুক্তিত স্বাক্ষৰকাৰী সংগঠনকেইটাই  মাননীয় প্ৰধান মন্ত্ৰীজনক আদৰণি জনাবলৈ আগ্ৰহেৰে ৰৈ আছে”, সাধাৰণ সম্পাদক লৰেন্স ইছলাৰিৰ দ্বাৰা স্বাক্ষৰিত বিবৃতিটোত কোৱা হৈছে।

তাৰোপৰি বিবৃতিটোত বড়োলেণ্ড অঞ্চলৰ সকলো সম্প্ৰদায়কে এই বি টি আৰ চুক্তি উদযাপন অনুষ্ঠানত ভাগ ল’বলৈ জানক্ৰিথাই ফাথাৰলৈ আহিবলৈ আহ্বান জনাইছে।

এই দিনটো বড়োলেণ্ডৰ বাবে ঐতিহাসিক আৰু তাৎপৰ্য্যপূৰ্ণ দিন হ’বলৈ গৈ আছে বুলি বিবৃতিটোত দাবী কৰে সংগঠনটোৱে।

Recent News

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

WhatsApp Image 2021-01-19 at 7.18.21 AM

গাব্বাত ছিৰাজৰ দমনীয় বলিং! ১৭ বছৰ পুৰণি অভিলেখ স্পৰ্শ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd