DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ্তব্যৰত সাংবাদিকক দুৰ্ব্যৱহাৰ: আৰক্ষীক ধিক্কাৰ আম আদমি পাৰ্টীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2023 9:07 pm
2.5k
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ এলেকাত কিশোৰীক বলাৎকাৰ কৰাৰ অভিযোগত অভিযুক্ত বিজেপি নেতা সমুন্দ্ৰ ৰায় লিম্বুক গ্ৰেপ্তাৰৰ দাবীত আজি দীঘলী পুখুৰীৰ পাৰত প্ৰতিবাদ সাব্যস্ত কৰে আম আদমি পাৰ্টীয়ে।

আম আদমী পাৰ্টীৰ এই প্ৰতিবাদৰ সময়ত কৰ্তব্যৰত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে। অসম আৰক্ষীৰ এই কাৰ্যক তীব্ৰ নিন্দা কৰিছে আপে।

এক বিবৃতি যোগে আম আদমি পাৰ্টীয়ে আৰক্ষীৰ এই কাৰ্যক ধিক্কাৰ দি এয়া ফেচীবাদী বিজেপি চৰকাৰখনে অসমত আৰম্ভ কৰা পুলিচৰাজৰ এক প্ৰতিফলন বুলি অভিহিত কৰে।

দোষী আৰক্ষীক বিধিমতে শাস্তি বিহিবলৈ দলটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনায়।

Recent News

three killed in mine collapsed

ধনবাদত শোকাৱহ ঘটনা: অবৈধ খনি খহি তিনি ব্যক্তিৰ মৃত্যু, সন্ধানহীন কেইবাগৰাকীও

Lok Sabha election

চমু চাপিছে নিৰ্বাচন: ইভিএম-পেপাৰট্ৰেইল মেচিনৰ পৰীক্ষণ আৰম্ভ নিৰ্বাচন আয়োগৰ

ফাঁচী বজাৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ীৰ প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ তালাচী অভিযান

ফাঁচী বজাৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ীৰ প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ তালাচী অভিযান

জুবিনৰ জীৱনভিত্তিক প্ৰথমখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে ৰেডিঅ’ গপ্-শ্বপ্ ৯৪.৩ এফ এমে

জুবিনৰ জীৱনভিত্তিক প্ৰথমখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে ৰেডিঅ’ গপ্-শ্বপ্ ৯৪.৩ এফ এমে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd