• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীৰ ‘অচ্ছে দিন’ৰ সন্ধানত গুৱাহাটীত শ্ৰম আয়ুক্তৰ কাৰ্য্যালয়ত চিতু-কৃষক সভা!

মুকুট দাস by মুকুট দাস
August 28, 2018 6:25 pm
Members of CITU (Centre of Indian trade unions) protest in front of labour inspector office in Guwahati on 28-08-18. Pix By UB photos
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বভাৰতীয় শ্ৰমিক সংগঠন চিতু (Centre of Indian Trade Unions) আৰু সদৌ ভাৰত কৃষক সভাই প্ৰধান মন্ত্ৰী মোদী-প্ৰতিশ্ৰুত ‘অচ্ছে দিন’ৰ সন্ধানত মঙলবাৰে ঘেৰাও কৰে গুৱাহাটীৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্য্যালয়।

‘ক’ত লুকাই আছে প্ৰধান মন্ত্ৰী মোদীৰ অচ্ছে দিন? দেশৰ কৃষক, শ্ৰমিকৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰাটোৱেই চৰকাৰৰ অচ্ছে দিন নেকি,’ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্যৰ দুয়োখন চৰকাৰে লোৱা কৃষক-শ্ৰমিকবিৰোধী নীতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ প্ৰশ্ন দীৰ্ঘদিনীয়া শ্ৰমিক নেতা তপন শৰ্মাৰ।

Apply Now

চৰকাৰে দেশৰ মেহনতী কোটি কোটি নাগৰিকৰ স্বাৰ্থৰ সলনি ‘পুঁজিপতিৰ স্বাৰ্থৰ বাবে কাম কৰি আহিছে’, বুলিও দাবী কৰি শ্ৰমিক নেতা শৰ্মাই কয় যে ‘চৰকাৰে দেশত ‘সময় নিৰ্দিষ্ট নিয়োগ’ (Fixed term employment)ৰ প্ৰৱৰ্তনৰ চেষ্টা কৰিছে, যাৰ ফলত কোটি কোটি শ্ৰমিকৰ ক্ষতিগ্ৰস্ত হ’ব।’

ন্যূনতম মজুৰি আইন থকাৰ পিছতো কাৰ্য্যকৰী নকৰাৰ বাবেও শৰ্মাই চৰকাৰক তীব্ৰ সমালোচনা কৰে। ‘দেশৰ অ-পাৰ্গত শ্ৰমিকসকলৰ বাবে মাহে ১৮ হাজাৰ টকাৰ ন্যূনতম মজুৰি আমি দাবী কৰিছো,’ শৰ্মাৰ মন্তব্য।

কৃষকসকলৰ কল্যাণৰ বাবে স্বামীনাথন সমিতিৰ পৰামৰ্শাৱলী কাৰ্য্যকৰী কৰাৰ বাবে দাবী জনাইছে কৃষক সভাই। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰেই গঠন কৰা সমিতিখনে দিয়া পৰামৰ্শ চৰকাৰে কাৰ্য্যকৰী নকৰি বছৰ বছৰ ধৰি পেলাই ৰাখিছে।

আনহাতে শ্ৰমিকসকলৰ কল্যাণৰ বাবে বিজেপি চৰকাৰে উত্থাপন কৰা মটৰ বাহন (সংশোধন) বিধেয়ক, ২০১৭ বাতিলৰো দাবী জনাইছে সংগঠন দুটাই। উল্লেখযোগ্য যে এই বিধেয়ক বাতিলৰ দাবীত দেশৰ মটৰ মালিক আৰু শ্ৰমিকসকলেও প্ৰতিবাদ জনাই আহিছে।

অসমৰ লগতে সমগ্ৰ দেশৰ শ্ৰমিক-কৃষকৰ কল্যাণৰ বাবে সৰ্বভাৰতীয় সংগঠন দুটাই উলুবাৰীৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্য্যালয়ত ১২ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰও দাখিল কৰে।

বিজেপি চৰকাৰৰ শ্ৰমিক, কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে অহা ৫ ছেপ্তেম্বৰত নতুন দিল্লীত ব্যাপক প্ৰতিবাদী সমাৱেশৰ কথাও দেওবাৰৰ প্ৰতিবাদত ঘোষণা কৰে শ্ৰমিক নেতা শৰ্মাই।

গুৱাহাটীৰ লগতে ডিব্ৰুগড়ৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তটো সংগঠন্কেইটাই মঙলবাৰে বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ জনায়।

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd