• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্মৰণীয়-বৰণীয়: বেয়া সময়ত সদায় কামত আহে এই ৪টা বস্তু! উপদেশ চাণক্যৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2023 7:30 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আচাৰ্য চাণক্য কেৱল এজন মহান পণ্ডিতেই নহয়, এজন ভাল শিক্ষকো আছিল। চাণক্যক মহান পণ্ডিতৰ ভিতৰত গণ্য কৰা হয়। তেওঁ তেতিয়াৰ তক্ষশীলা বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি তাত থকা ছাত্ৰ-ছাত্ৰীসকলক আচাৰ্য হিচাপে পথ প্ৰদৰ্শন কৰিছিল। তেওঁ আছিল এজন দক্ষ কূটনীতিবিদ, দাৰ্শনিক আৰু অৰ্থনীতিবিদ। চাণক্যৰ নীতি অনুসৰণ কৰি জীৱনত সফলতা লাভ কৰিব পাৰি।

চাণক্যৰ নীতিত চাৰিটা কথা উল্লেখ কৰা হৈছে, যিবোৰ আমাৰ কঠিন সময়ত সদায় কামত আহে। সেই ৪ টা কথাৰ বিষয়ে জানো আহক।

শিক্ষাতকৈ ডাঙৰ সম্পদ নাই

আচাৰ্য চাণক্যৰ মতে জ্ঞান বা শিক্ষা হৈছে এনে এক সম্পদ যিটো কোনেও চুৰি বা কাঢ়ি নিব নোৱাৰে। যিমানেই জ্ঞান বিলাব সিমানেই বৃদ্ধি পাব। কেতিয়াবা কোনো সমস্যাৰ সন্মুখীন হ’লে জ্ঞানেই প্ৰথম স্থান লাভ কৰে। কঠিন সময়ৰ সংগী হৈছে জ্ঞান বা শিক্ষা। জ্ঞানৰ সহায়ত আপুনি সহজেই ধন উপাৰ্জন কৰিব পাৰে আৰু সকলো সমস্যা অতিক্ৰম কৰিব পাৰে।

Apply Now

ভাল সংগ

চাণক্য নীতি অনুসৰি সৎ লোকৰ লগত বাস কৰাসকল অতি সৌভাগ্যৱান। তেওঁলোকে অতি সাহসেৰে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে। সৎ সংগীৰ দ্বাৰা এজন ব্যক্তিৰ মাজত ধনাত্মক শক্তি সঞ্চাৰিত হয়।

সুস্থ জীৱন যাপন

চাণক্যই কৈছে, যদি এজন ব্যক্তিৰ স্বাস্থ্য ভাল হয়, তেন্তে তেওঁ সহজেই যিকোনো সমস্যাৰ সন্মুখীন হ’ব পাৰে। তীক্ষ্ণ বুদ্ধি এটা সুস্থ শৰীৰতহে বাস কৰে। গতিকে এজন সুস্থ ব্যক্তিয়ে নিজৰ বুদ্ধিমত্তাৰে কঠিন সময়তো সমস্যাৰ পৰা ওলাই আহিব পাৰে। আৰু শৰীৰ সুস্থ নহলে কোনো কামতে মন নবহিব আৰু সদায় নেতিবাচক চিন্তাই আগুৰি থাকিব।

অৰ্থ সঞ্চয় কৰক

পণ্ডিত চাণক্যৰ মতে, যেতিয়া মানুহ বিপদত পৰে তেতিয়া বেছিভাগ সময়তে তেওঁলোকক সহায় কৰিবলৈ কোনো নাথাকে। তাৰ পিছত সকলোৱে সংগ ত্যাগ কৰে। গতিকে, ধনেই আপোনাৰ প্ৰকৃত বন্ধু। যেতিয়া কোনোৱেই নাথাকে তেতিয়া কেৱল ধনহে গুৰুত্বপূৰ্ণ। যেতিয়ালৈকে আপোনাৰ হাতত ধন আছে তেতিয়ালৈকে সকলোৱে আপোনাৰ কাষত থিয় দিব, নহ’লে সকলোৱে গুচি যাব। গতিকে কঠিন সময় বিবেচনা কৰি ধন সঞ্চয় কৰিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd