• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাণক্য নীতি অনুসৰি এই ৫ টা স্থানত বাস নকৰিব, নহ’লে পতন অনিবাৰ্য!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2024 7:40 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাচীন ভাৰতৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ পণ্ডিত আছিল আচাৰ্য চাণক্য। আচাৰ্য চাণক্যক ভাৰতীয় শাস্ত্ৰৰো সৰ্বকালৰ শ্ৰেষ্ঠ পণ্ডিত হিচাপে গণ্য কৰা হয়। আচাৰ্য চাণক্য আছিল মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক চন্দ্ৰগুপ্ত মৌৰ্যৰ গুৰু। মানুহৰ জীৱনৰ বিভিন্ন কৌশলৰ ওপৰত লিখা “চাণক্য নীতি” নামেৰে তেওঁৰ গ্ৰন্থখন বিশ্ববিখ্যাত।

যিসকলে দৈনিক চাণক্য নীতি পালন কৰি আচাৰ্য চাণক্যৰ জীৱন দৰ্শনৰ সাৰমৰ্ম বুজি তাক গ্ৰহণ কৰে, তেওঁলোকৰ জীৱনত কোনো দুৰ্দশা নাথাকে।

গৃহ নিৰ্মাণ আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ প্ৰয়োজন। এই আৱাস পৰিষ্কাৰ আৰু পৱিত্ৰ হ’ব লাগে। আচাৰ্য চাণক্যই তেওঁৰ চাণক্য নীতিত এই বাসস্থানৰ বিষয়ে পাঁচটা নীতি উল্লেখ কৰিছে যিবোৰ আমি আমাৰ বাসস্থান নিৰ্ণয় বা নিৰ্মাণ কৰাৰ আগতে জানিব লাগিব। সেই পাঁচটা নীতিৰ বিষয়ে জানো আহক।

Apply Now

১) আচাৰ্য চাণক্যই কৈছে যে য’ত মানুহৰ ঈশ্বৰৰ ওপৰত বিশ্বাস নাথাকে তাত মানুহে ইজনে সিজনক সন্মান নকৰে। এনে কোনো ঠাই আমি আমাৰ বাসস্থান হিচাপে বাছি লোৱা উচিত নহয়। কাৰণ এই ধৰণৰ বাসগৃহই কেতিয়াও আপোনাৰ জীৱনৰ উন্নতি সাধন নকৰে।

২) চাণক্য নীতি অনুসৰি কোনো সুস্থ ব্যক্তিয়ে উপাৰ্জনৰ কোনো উপায় নথকা ঠাইত থাকিব নালাগে। উপাৰ্জনৰ কোনো উপায় নথকা ঠাইত বাস কৰাটো সম্পূৰ্ণ অনুচিত। গতিকে এনে ঠাই যদি আপুনি বাসস্থান হিচাপে বাছি লয়, তেন্তে আপুনি কেতিয়াও আপোনাৰ জীৱনত সুখ আৰু শান্তি নাপাব।

৩) আচাৰ্য চাণক্যৰ মতে এনে ঠাইত বাস কৰা উচিত নহয় য’ত বাসিন্দাসকলৰ সমাজ আৰু আইনৰ প্ৰতি কোনো ভয় নাথাকে। কাৰণ সেই ঠাইৰ বাসিন্দাসকলে কেতিয়াও নিজৰ কৰ্মক লৈ চিন্তা নকৰে কিয়নো আইনৰ প্ৰতি কোনো ভয় নাথাকে। আৰু এনে ঠাই থাকিবলৈ কোনো কাৰণতে নিৰাপদ নহয়।

৪) আচাৰ্য চাণক্যই কৈছে যে যি ঠাইত বাসিন্দাসকল বেছিভাগেই স্বাৰ্থপৰ, সেই ঠাইখন কেতিয়াও আদৰ্শ বাসস্থান হোৱাৰ যোগ্য নহয়। কাৰণ এনে ঠাইৰ বাসিন্দাসকলৰ জীৱন সদায় দুখ-কষ্ট আৰু অস্থিৰতাত চলি থাকে।

৫) চাণক্য নীতি অনুসৰি কোনো সামাজিক সভ্য ব্যক্তিয়ে এনে ঠাইত থাকিব নোৱাৰে য’ত বাসিন্দাসকলে কোনো ধৰণৰ দান-বৰঙণি নিদিয়ে বা কৰিব নিবিচাৰে আৰু আনৰ সমস্যাৰ প্ৰতি উদাসীন। কাৰণ, এনে স্থানত থকা বাসিন্দাসকলৰ জীৱন সদায় সংগীহীন আৰু নিৰাপত্তাহীন। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd