• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিবাহিত জীৱনত ইজনে সিজনক সন্তুষ্ট আৰু সুখী কৰাৰ উপায় কি? চাওক চাণক্য নীতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 17, 2023 7:27 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ সকলোৰে জীৱনত এনেকুৱা সময় থাকে যেতিয়া সকলো ভুল হোৱা যেন লাগে। কিছু সময়ে ভাল খবৰ লৈ আহে। কিন্তু সময় যেনেকুৱাই নহওক কিয়, দুই এটা কথা অনুসৰণ কৰিলে জীৱনটো সুখী হ’ব।

যিসকলে সুখী বৈবাহিক জীৱন যাপন কৰি আছে তেওঁলোক জীৱনৰ আন সকলো ক্ষেত্ৰতে সুখী আৰু সফল হয়। অন্ততঃ চাণক্যই তেনেকৈয়ে কৈছে। প্ৰশ্ন হয় স্বামী-স্ত্ৰীয়ে কেনেকৈ নিজৰ সম্পৰ্কক মধুৰ কৰি তুলিব পাৰে। চাণক্য নীতিয়ে এই সন্দৰ্ভত কি কয়?

চাণক্য নীতিৰ মতে, বৈবাহিক সম্পৰ্ক স্বামী-স্ত্ৰীৰ মাজৰ অন্যতম শক্তিশালী বান্ধোন। স্বামী-স্ত্ৰীয়ে যিমানেই সহজে ইজনে সিজনক সুখী কৰাৰ পথ বাছি ল’ব তেতিয়াই তেওঁলোকৰ মাজৰ সম্পৰ্ক উন্নত হ’ব আৰু জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰতে তেওঁলোক সফল হৈ থাকিব!

Apply Now

অৱশ্যে তাৰপিছতো জীৱনৰ বিভিন্ন পৰ্যায়ত দুৰ্ঘটনা সংঘটিত হ’বই। আমাৰ সকলোৰে জীৱনত এনেকুৱা সময় থাকে যেতিয়া সকলো ভুল হোৱা যেন লাগে। কিছুমান সময়ে ভাল খবৰ লৈ আহে। কিন্তু সময় যিয়েই নহওক কিয়, দুই এটা কথা অনুসৰণ কৰিলে জীৱনটো সুখী হ’ব।

সম্পৰ্কবোৰ মজবুত কৰাৰ ক্ষেত্ৰত একমাত্ৰ ভিত্তি হৈছে প্ৰেম

চাণক্যৰ মতে, সংগীৰ প্ৰেমেই হৈছে এক সুদৃঢ় সম্পৰ্ক গঢ়ি তোলাৰ একমাত্ৰ চাবিকাঠি। দুজন মানুহৰ মাজত সম্পৰ্কই ইজনে সিজনৰ প্ৰতি থকা প্ৰেম অক্ষুণ্ণ ৰাখে। গতিকে যেতিয়া তেওঁলোকৰ মাজৰ প্ৰেম দুৰ্বল হ’বলৈ আৰম্ভ কৰে তেতিয়া সম্পৰ্কটোও দুৰ্বল হ’বলৈ আৰম্ভ কৰে। যিসকলৰ সম্পৰ্ক আৰু জীৱনত ভালপোৱাৰ অভাৱ নহয় তেওঁলোকৰ বাবে সফলতা আহে। যদি পতি-পত্নীৰ প্ৰেম অটুট থাকে, তেন্তে সেই দম্পতীৰ ওপৰত সদায় দেৱী লক্ষ্মীৰ আশীৰ্বাদৰ বৰষুণ হয়।

সমৰ্পণ

চাণক্যৰ মতে স্বামী-স্ত্ৰীৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি নিষ্ঠাবান হ’ব লাগে। স্বামী-স্ত্ৰীয়ে ইজনে সিজনৰ মৰমৰ ওচৰত আত্মসমৰ্পণ নকৰালৈকে সম্পৰ্কৰ মধুৰতা বাঢ়িব নোৱাৰে! স্বামী-স্ত্ৰী দুয়োজনেই প্ৰতিশ্ৰুতিবদ্ধ হ’ব লাগিব। ইজনে সিজনৰ সৰু সুৰা দোষবোৰৰ পৰা ডাঙৰ সমস্যা সৃষ্টি নকৰিলে তেওঁলোকৰ সম্পৰ্কৰ কেতিয়াও অৱনতি ঘটিব নোৱাৰে।

শ্ৰদ্ধা আৰু সন্মান

বিবাহিত জীৱনত ইজনে সিজনৰ প্ৰতি থকা শ্ৰদ্ধা আৰু সন্মান কেতিয়াও হেৰুৱাব নালাগে। শ্ৰদ্ধাৰ অভাৱ থকা সম্পৰ্ক এটাত ঘূণে ধৰে। চাণক্যই কয় যে প্ৰতিটো সম্পৰ্কত মৰ্যাদা আৰু সন্মানক বিশেষ গুৰুত্ব দিব লাগে। তেওঁৰ মতে প্ৰতিজন স্বামী-স্ত্ৰীয়ে ইজনে সিজনৰ সন্মান ৰক্ষাৰ চেষ্টা কৰা উচিত। যদি স্বামী-স্ত্ৰীৰ মাজত এই ধৰণৰ আবেগ জীয়াই থাকে তেন্তে সম্পৰ্কত কেতিয়াও ফাট নেমেলে।

তদুপৰি, চাণক্যৰ মতে জীৱনত বেয়া সময় আহিবই। কিন্তু আমি ইজনে সিজনক বিশ্বাস কৰি সমস্যাৰ কথা পাতিব লাগিব। কথাবোৰ লুকুৱাব নালাগে। একে সময়তে উদ্যোগ লৈ সমস্যাটো সমাধান কৰিব লাগে। দম্পতীয়ে মিলি কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিলে সম্পৰ্কও শক্তিশালী হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd