• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জীৱনত সফলতা পাবলৈ এই ৫ টা বস্তু ত্যাগ কৰাটো জৰুৰী; জানি লওক চানক্যৰ পৰামৰ্শ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2024 8:31 am
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জীৱনৰ সকলো বাধা আঁতৰাই কেনেকৈ সফলতা লাভ কৰিব পাৰি সেই সম্পৰ্কত চাণক্যই অতি বাস্তৱিকভাৱে পৰামৰ্শ আগবঢ়াইছে। প্ৰাচীন ভাৰতৰ এই সৰ্বজ্ঞানী পণ্ডিতগৰাকীৰ পৰামৰ্শই আজিও আমাৰ জীৱনশৈলীৰ পথ প্ৰদৰ্শক হৈ আছে। চাণক্যই তেওঁৰ নীতি বিষয়ক গ্ৰন্থ চাণক্য নীতিত কেইবাটাও পৰামৰ্শ আগবঢ়াইছে। তাতেই তেওঁ সফলতাৰ সঠিক পথ বিচাৰি পাইছে।

চাণক্যই কৈছে যে আমাৰ জীৱন বাটত বহুতো বাধা আছে। যদি আপুনি জীৱনত সফলতা লাভ কৰা নাই বুলি গম পায়, তেন্তে আপুনি কাম কৰাৰ ধৰণ সলনি কৰিব লাগিব। চাণক্যই জীৱনত পাঁচটা বস্তু ত্যাগ কৰিবলৈ কৈছে । তেতিয়া নিশ্চয় সফলতা লাভ কৰিব। এই পাঁচটা বস্তু কি জানি লওক-

ভয়

যদি আপোনাৰ সন্মুখত এটা ডাঙৰ লক্ষ্য থাকে তেন্তে প্ৰথমতে বিফল হোৱাৰ সম্ভাৱনাও বেছি। আপোনাৰ মনত থকা ভয়টোৱেই এই বিফলতাৰ কাৰণ। চাণক্য নীতি অনুসৰি ভয় আমাৰ মনৰ কল্পনাৰ বাহিৰে আন একো নহয়। যদি আপুনি নিজৰ লক্ষ্যত উপনীত হ’ব বিচাৰে তেন্তে কঠোৰ ব্যৱস্থা ল’বলৈ ভয় নকৰিব। সঠিক পৰিকল্পনা কৰি লক্ষ্যৰ দিশে আগবাঢ়ক।

Apply Now

আনৰ কথা

কোনো কামেই ডাঙৰ বা  সৰু নহয়। চাণক্যই কয়, যিটো কামত আপুনি আগ্ৰহী আৰু যিটো কাম কৰিবলৈ আপোনাৰ সামৰ্থ্য আছে, সেই কামত আপোনাৰ সম্পূৰ্ণ মন প্ৰাণ দিয়ক। কোনে কি কৈছে নুশুনিব। মানুহৰ কথা শুনিলে লাভ নহয়, বৰং ক্ষতিঙ হয়।

নেতিবাচক চিন্তা

সাধাৰণ পৰিয়ালৰ পুত্ৰ চন্দ্ৰগুপ্তক চাণক্যই তেওঁৰ কূটনৈতিক বুদ্ধিমত্তাৰে মগধৰ সিংহাসনত প্ৰতিষ্ঠা কৰিছিল। এই ঘটনাই আমাক দেখুৱাইছে যে যদি আপুনি নিজকে বিশ্বাস কৰে তেন্তে আপুনি সমগ্ৰ পৃথিৱীখন জয় কৰিব পাৰে। গতিকে সফল হ’বলৈ মনৰ পৰা সকলো নেতিবাচক চিন্তা আঁতৰাই নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক।

ভৱিষ্যতক লৈ চিন্তা

চাণক্যৰ পৰামৰ্শ মতে এজন সফল ব্যক্তিয়ে নিজৰ বৰ্তমান জীৱনত সঠিক পদক্ষেপ লৈ আগবাঢ়ি যায়। গতিকে ভৱিষ্যতৰ বিষয়ে অসাৰভাৱে চিন্তা কৰাৰ পৰিৱৰ্তে অতীতৰ পৰা শিক্ষা লৈ বৰ্তমানৰ বাবে সঠিক পদক্ষেপ গ্ৰহণ কৰক। তেতিয়াহে ভৱিষ্যত সুন্দৰ হ’ব।

অহংকাৰ

অহংকাৰে আমাক জীৱনৰ পথত আগবাঢ়ি যোৱাত বাধা দিয়ে। সফলতা লাভ কৰাটো যিমান কঠিন, সেই সাফল্য ধৰি ৰখাটো আৰু কঠিন। কাৰণ আমি এবাৰ সফলতা লাভ কৰিলেই গৰ্ব আৰু অহংকাৰ আমাৰ মনত গঢ় লৈ উঠে। আৰু মানুহৰ পতন আৰম্ভ হয় এই অহংকাৰৰ পৰা। সেয়ে, সফলতা ধৰি ৰাখিবলৈ অহংকাৰ ত্যাগ কৰিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd