• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাণক্য নীতি: এগৰাকী মহিলাৰ সান্নিধ্যতে সন্তুষ্ট নহয়, এনে পুৰুষক চিনি পোৱাৰ উপায়?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 24, 2023 7:38 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিখ্যাত অৰ্থনীতিবিদ চাণক্য। ধনানন্দক উৎখাত কৰাৰ পিছত চন্দ্ৰগুপ্তই মৌৰ্যক মগধৰ সিংহাসনত বহুৱাইছিল। অতি বুদ্ধিমান আৰু চতুৰ আছিল চাণক্য। ডাঙৰ ডাঙৰ ৰথী আৰু মহাৰথী সকল তেওঁৰ কৌশলত পৰাস্ত হৈছিল। চাণক্যই জীৱনৰ বিভিন্ন পৰ্যায়ৰ বিষয়ে লিখিছে। সেই সকলোবোৰ নীতি আজিও প্ৰাসংগিক। চাণক্যৰ কথা আৰু নিৰ্দেশনা বাস্তৱ জীৱনত প্ৰাসংগিক আৰু ভৱিষ্যতেও প্ৰাসংগিক হ’ব।

চোকা বুদ্ধিমত্তাৰ বাবে প্ৰতিকূল পৰিস্থিতিতো তেওঁ চমক দিছিল। তেওঁৰ লেখা ‘অৰ্থশাস্ত্ৰ’ বিভিন্ন ৰাজনৈতিক বিষয়ক লৈ লিখা হৈছে। চাণক্যই জীৱনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ দিশৰ ওপৰত নিজৰ বহুমূলীয়া চিন্তা দাঙি ধৰিছে। একেদৰে পুৰুষক চিনি পোৱাৰ পথো নাৰীক দিয়া হৈছে। একাধিক নাৰীক পছন্দ কৰা পুৰুষক চিনি পোৱাৰ উপায় কি?

কেৱল শাৰীৰিক সম্পৰ্কক অগ্ৰাধিকাৰ দিয়া, নিজৰ চৰিত্ৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰা পুৰুষৰ পৰা নাৰী আঁতৰি থাকিব লাগে। এই কথা চাণক্যই কৈছিল। তেওঁৰ মতে এই লোকসকল একেবাৰেই ভৰসাৰ নহয়। আন মহিলাক দেখি আকৰ্ষিত হয়। এনে পুৰুষে নতুন মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰিব বিচাৰে। চাণক্যই এনে পুৰুষক কেনেকৈ চিনি পাব পাৰি সেই বিষয়ে জনাইছে।

Apply Now

১. সাজ-পোছাক – একাধিক মহিলাৰ প্ৰতি আকৰ্ষিত পুৰুষসকলে অধিক সাজ-পোছাক পৰিধান কৰাত মন দিয়াৰ প্ৰৱণতা থাকে। নিজকে সজাই পৰাই ৰাখি ভাল পায়। দামী পোছাক পৰিধান কৰে। সদায় নিজক সুন্দৰ দেখাব বিচাৰে।

২. একাধিক মহিলাৰ ওপৰত চকু – এই পুৰুষৰ চকু স্থিৰ নহয়। তেওঁলোকে একাধিক মহিলাৰ ওপৰত চকু দিয়ে। একাধিক মহিলাৰ সৈতে সম্পৰ্ক কৰিব বিচাৰে। এনে মানুহৰ কামনাৰ ক্ষুধা কেতিয়াও শেষ নহয়, বৰঞ্চ বাঢ়ি গৈ থাকে।

৩. গোপনীয়তা – অত্যধিক গোপনীয়তাৰ আশ্ৰয় লোৱা পুৰুষৰ চৰিত্ৰক লৈ প্ৰশ্ন উঠে। এনে পুৰুষে কেতিয়াও ৰাজহুৱা স্থানলৈ পত্নী বা প্ৰেমিকক নানে। লুকুৱাই ৰাখে। পত্নী বা প্ৰেমিকাৰ পৰা বহু কথা লুকুৱাই ৰাখে। উদ্দেশ্য হৈছে সম্পৰ্কটো গোপন কৰি আন মহিলাৰ সংগ বিচৰা।

৪. অলপত সন্তুষ্ট নহয় – অলপতে সন্তুষ্ট নহয় বহু পুৰুষ। যিকোনো বস্তু পোৱাৰ পিছত তেওঁলোকে আন এটা বস্তু পাব বিচাৰে। এনে পুৰুষৰ পৰা সাৱধান হওক। ইচ্ছা পূৰণ হোৱাৰ লগে লগে আন এগৰাকী নাৰীৰ ওচৰলৈ যাব।

মহিলাসকলে এনে পুৰুষক চিনি পোৱাটো প্ৰয়োজন। কাৰণ এনে পুৰুষে কেৱল শাৰীৰিক কাৰণতহে নাৰীক ব্যৱহাৰ কৰে। নিজৰ উদ্দেশ্য পূৰণ হোৱাৰ লগে লগে মহিলাগৰাকীৰ পৰা দূৰত্ব গঢ়ি তোলে এই পুৰুষসকলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd