• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মানাহ অভয়াৰণ্যত অস্ত্ৰ-শস্ত্ৰসহ ৪ জন চোৰাং চিকাৰী আটক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 23, 2018 8:43 pm

1 min read

527e05ff-46a4-4967-a861-f128ec1fa333
92
VIEWS
Share on FacebookShare on Twitter

আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানত চলোৱা বন বিভাগৰ এটা অভিযানত ৪ জন চোৰাং চিকাৰী আটক হৈছে। বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশত চলোৱা এটা অভিযানত এই চোৰাং চিকাৰীকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে।

চোৰাং চিকাৰীকেইজনৰ হাতৰ পৰা চোৰাং চিকাৰত ব্যৱহৃত মাৰণাস্ত্ৰৰ লগতে কেইবিধমান সা-সৰঞ্জাম উদ্ধাৰ কৰা হৈছে। চোৰাংচিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ এই অভিযানটো ৰাষ্ট্ৰীয় উদ্যানখনৰ  কুকলুং ৰেঞ্জৰ প্ৰথম সংযোজনৰ ডাইচাম নলাত  চিৰাঙৰ উপ বন সংৰক্ষক (DCF)  আৰকে ব্ৰহ্মৰ নেতৃত্বত  চলোৱা হৈছিল।

চোৰাং চিকাৰী কেইজনৰ পৰা উদ্ধাৰ কৰা অস্ত্ৰ-শস্ত্ৰ আৰু সা-সৰঞ্জামসমূহৰ ভিতৰত আছে হস্তনিৰ্মিত অস্ত্ৰ, গান পাউদাৰ, বাইচাইকেলৰ বল, টৰ্ছ ইত্যাদি। ধৃত চোৰাং চিকাৰী কেইজন হৈছে টেপু দৈমাৰী (৩৫), তৰলা বড়ো (২৫), টেমন বসুমতাৰী (২৭) আৰু অনিলাল মুছাহাৰী (৪০)

এটা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ১৫ এছএছবি বেটেলিয়নৰ সহযোগত বনৰক্ষীৰ দ্বাৰা এই অভিযানটো সফলতাৰে সম্পন্ন কৰা হৈছিল বুলি বন বিভাগৰ সূত্ৰই জানিবলৈ দিছে।

Recent News

Indane-Chhotu-800x445

ঠিকনাৰ নথি অবিহনেই পোৱা যাব LPGচিলিণ্ডাৰ! কিন্তু কেনেকৈ?

a-vaccine-750x375

টীকাকৰণৰ প্রথম দিনটোতেই দেশত ৬৪জন স্বাস্থ্যকৰ্মীৰ দেহত পাৰ্শ্ব প্ৰতিক্ৰিয়া!

Screenshot_20210116_215725

জাগুনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd